ডিব্ৰুগড়
From Wikipedia, the free encyclopedia
এই প্ৰবন্ধটো ডিব্ৰুগড় নগৰৰ বিষয়ে। একে নামৰ জিলাৰ বাবে ডিব্ৰুগড় জিলা চাওক।
ডিব্ৰুগড় অসমৰ অন্যতম বৃহৎ চহৰ আৰু ডিব্ৰুগড় জিলাৰ সদৰ। ডিব্ৰুগড় অসমৰ পূব প্ৰান্তত অৱস্থিত। ডিব্ৰুগড়ক 'ভাৰতৰ চাহ নগৰী' বুলি জনা যায়।[2] ডিব্ৰুগড় নগৰ অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰ পৰা ৩৪৯ কিলোমিটাৰ (২৭৩ মাইল) পূবত অৱস্থিত। ডিব্ৰুগড় নগৰ উত্তৰ-পূব ভাৰতৰ যোগাযোগ, উদ্যোগ তথা স্বাস্থ্য সেৱাৰ কেন্দ্ৰ।
এই অসমৰ ভূগোল সম্পৰ্কীয় চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে প্ৰবন্ধটো বিস্তাৰ কৰি ইয়াৰ মান উন্নত কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব। |
ক্ষিপ্ৰ তথ্য ডিব্ৰুগড় তি-ফাও, দেশ ...
ডিব্ৰুগড় তি-ফাও[1] |
|
---|---|
— নগৰ — | |
Dibrugarh_Night_View.jpgডিব্ৰুগড় চহৰৰ ৰাতিৰ দৃশ্য | |
অন্য নাম: ভাৰতৰ চাহ নগৰী | |
ভৌগোলিক স্থানাংক: 27.48°N 95°E / 27.48; 95 | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
জিলা | ডিব্ৰুগড় জিলা |
Named for | ডিব্ৰু নদী |
চৰকাৰ | |
- প্ৰকাৰ | পৌৰসভা |
- পৰিষদ | ডিব্ৰুগড় পৌৰসভা |
- স্থাপিত | ১৮৭৩ |
- ৱাৰ্ডৰ সংখ্যা | ২২ |
- পৌৰপতি | সমা চক্ৰৱৰ্তী বিজেপি |
মাটিকালি | |
- মুঠ | ১২.৬৫ কি.মি.২ (৪.৯ বৰ্গ মাইল) |
উচ্চতা | ১০৮ মিটাৰ (৩৫৪.৩৩ ফুট) |
জনসংখ্যা (২০১১) | |
- মুঠ | ১,৫৪,০১৯ জন |
ভাষা | |
- চৰকাৰী | অসমীয়া ভাষা |
সময় অঞ্চল | ভাৰতীয় মান সময় (গ্ৰী.মা.স.+৫:৩০) |
পিনক'ড | ৭৮৬০ XX |
দূৰভাষ কোড | +৯১ - (০) ৩৭৩ - XX XX XXX |
আই এচ অ’ ৩১৬৬ কোড | IN-AS |
যানবাহনৰ নম্বৰ | AS-06 |
ৱেবছাইট | www |
বন্ধ কৰক