নামঘৰ
অসমীয়া লোকসকলৰ নাম-কীৰ্তন কৰা উপাসনা ঘৰ বা প্ৰাৰ্থনা গৃহ / From Wikipedia, the free encyclopedia
নামঘৰ অসমীয়া লোকসকলৰ নাম-কীৰ্তন কৰা উপাসনা ঘৰ বা প্ৰাৰ্থনা গৃহ।[1][2] শ্ৰীমন্ত শংকৰদেৱে বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ অৰ্থে প্ৰথম বাৰৰ কাৰণে নামঘৰৰ প্ৰতিষ্ঠা কৰে। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰৱৰ্তন কৰা নৱ-বৈষ্ণৱ ধৰ্মৰ ধৰ্মীয় অনুষ্ঠান দুটিৰ এটি হৈছে নামঘৰ আৰু আনটি হৈছে সত্ৰ। নামঘৰ আছিল শঙ্কৰদেৱৰ ধৰ্ম প্ৰচাৰৰ কেন্দ্ৰস্থল। শ্ৰীমন্ত শংকৰদেৱেই প্ৰথমে নগাঁৱৰ বৰদোৱা (বটদ্ৰৱা) ত নামঘৰ প্ৰতিষ্ঠা কৰিছিল। ক্ৰমে অসমৰ সৰ্বত্ৰতে তেখেতৰ আদৰ্শৰে নামঘৰ গঢ় লৈ উঠে।
এই প্ৰবন্ধ বা অংশটো সম্ভৱত কোনো কিতাপ নাইবা ৱেবছাইটৰ পৰা প্ৰতিলিপি কৰা হৈছে, যিটোৱে ৱিকিপিডিয়া কপিৰাইট নীতি উলংঙ্ঘা কৰা সূচাইছে। অনুগ্ৰহ কৰি এইটো পৰিষ্কাৰ অথবা প্ৰবন্ধটোৰ প্ৰতিলিপি কৰা তথ্য সম্পাদনা কৰি অ-মুক্ত কপিৰাইটযুক্ত সমলসমূহ আঁতৰ অথবা বিলোপ জাননী প্ৰদান কৰি ৱিকিপিডিয়াক সহায় কৰক। |
এই অসম সম্পৰ্কীয় চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে প্ৰবন্ধটো বিস্তাৰ কৰি ইয়াৰ মান উন্নত কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব। |