নিগনি
From Wikipedia, the free encyclopedia
নিগনি এন্দুৰ বৰ্গৰ আটাইতকৈ সৰু সদস্য বুলিব পাৰি।[1] নিগনি ১৫-২০ চেণ্টিমিটাৰ দীঘল আৰু ভৰত ৩০-৬০ গ্ৰাম হ'ব পাৰে। ২ৰ পৰা ৩ বছৰ জীয়াই থকা নিগনিয়ে ২২ কিলোমিটাৰ/ঘণ্টাৰ বেগতো দৌৰাৰ অভিলেখ আছে।[2]
ক্ষিপ্ৰ তথ্য নিগনি জীৱাশ্ম কাল: Late Miocene–Recent, জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন ...
নিগনি জীৱাশ্ম কাল: Late Miocene–Recent | |
---|---|
House mouse, Mus musculus | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Mammalia |
বৰ্গ: | Rodentia |
মহাপৰিয়াল: | Muroidea |
পৰিয়াল: | Muridae |
উপপৰিয়াল: | Murinae |
গণ: | Mus Linnaeus, 1758 |
Species | |
30 known species |
বন্ধ কৰক