পৰীক্ষিতFrom Wikipedia, the free encyclopedia পৰীক্ষিত (সংস্কৃত: परिक्षित् ) পাণ্ডৱ বংশৰ এজনা ৰজা। ঋষিৰ শাপত তেওঁক তক্ষক নাগে দংশি মাৰে।[1] তেওঁ অৰ্জুনৰ পুত্ৰ অভিমন্যু আৰু উত্তৰাৰ পুত্ৰ তথা জনমেজয়ৰ পিতৃ আছিল। শুকে তেওঁৰ আগত মহাভাগৱত কৈছিল।[1] ক্ষিপ্ৰ তথ্য পৰীক্ষিত, পূৰ্বসূৰী ... পৰীক্ষিত কুৰু ৰজা শুক মুনি আৰু ৰজা পৰীক্ষিত পূৰ্বসূৰী যুধিষ্ঠিৰ (Grand uncle) উত্তৰসূৰী জনমেজয় (পুত্ৰ) দাম্পত্য সঙ্গী মাদ্ৰৱতী সন্তান জনমেজয়ভীমসেনশ্ৰুতসেনউগ্ৰসেন মাতৃ উত্তৰা পিতৃ অভিমন্যু বন্ধ কৰক
পৰীক্ষিত (সংস্কৃত: परिक्षित् ) পাণ্ডৱ বংশৰ এজনা ৰজা। ঋষিৰ শাপত তেওঁক তক্ষক নাগে দংশি মাৰে।[1] তেওঁ অৰ্জুনৰ পুত্ৰ অভিমন্যু আৰু উত্তৰাৰ পুত্ৰ তথা জনমেজয়ৰ পিতৃ আছিল। শুকে তেওঁৰ আগত মহাভাগৱত কৈছিল।[1] ক্ষিপ্ৰ তথ্য পৰীক্ষিত, পূৰ্বসূৰী ... পৰীক্ষিত কুৰু ৰজা শুক মুনি আৰু ৰজা পৰীক্ষিত পূৰ্বসূৰী যুধিষ্ঠিৰ (Grand uncle) উত্তৰসূৰী জনমেজয় (পুত্ৰ) দাম্পত্য সঙ্গী মাদ্ৰৱতী সন্তান জনমেজয়ভীমসেনশ্ৰুতসেনউগ্ৰসেন মাতৃ উত্তৰা পিতৃ অভিমন্যু বন্ধ কৰক