ফ্ৰেডৰিক ডুনকান মাইকেল হাল্ডেন
From Wikipedia, the free encyclopedia
ফ্ৰেডৰিক ডুনকান মাইকেল হাল্ডেন (ইংৰাজী: Frederick Duncan Michael Haldane; জন্ম: ১৪ ছেপ্টেম্বৰ ১৯৫১) এজন ব্ৰিটিছ পদাৰ্থ বিজ্ঞানী। তেওঁ আমেৰিকাৰ প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সন্মানীয় ইউজিন হিগিন্স আসনৰ অধ্যাপক আৰু পেৰিমিটাৰ ইনষ্টিটিউট ফৰ থিয়ৰীটিকেল ফিজিক্সেৰ সন্মানীয় আসনৰ অধ্যাপক।[2] তেওঁ ডেভিদ জেমছ থুলছ আৰু জন মাইকেল কষ্টাৰলিটজৰ লগত পদাৰ্থৰ ট'প'লজিকেল ফেজ ট্ৰান্সজিছন বিষয়ৰ বাবে যুটীয়া ভাবে ২০১৬ চনৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।[3] [4]
ক্ষিপ্ৰ তথ্য ফ্ৰেডৰিক ডুনকান মাইকেল হাল্ডেন, জন্ম ...
ফ্ৰেডৰিক ডুনকান মাইকেল হাল্ডেন | |
---|---|
২০১৬ চনৰ ডিচেম্বৰ মাহত ছুইডেনৰ ষ্ট'কহমত অনুষ্ঠিত ন'বেল সংবাদমেলৰ সময়ছোৱাত ডুনকান হাল্ডেন। | |
জন্ম | ১৪ ছেপ্টেম্বৰ, ১৯৫১ (৭২ বছৰ)[1] লণ্ডন, ইংলেণ্ড |
বাসস্থান | প্ৰিন্সটন, নিউ জাৰ্ছী, আমেৰিকা |
নাগৰিকত্ব | ব্ৰিটিছ |
জাতীয়তা | ব্ৰিটিছ |
ক্ষেত্ৰ | ঘনীভুত পদাৰ্থ বিজ্ঞান |
কৰ্মস্থান |
|
শিক্ষানুষ্ঠান | কেম্ব্ৰিজ বিশ্ববিদ্যালয় (BA, PhD) |
ডক্তৰেল পৰামৰ্শদাতা | ফিলিপ ৱাৰেন এণ্ডাৰছন |
ডক্তৰেল বিদ্যাৰ্থী |
|
জনা যায় | ফ্ৰেকচ'নেল কোৱাণ্টাম হল ইফেক্টত হাল্ডেন ছ্যুড'পতেনচিয়েল |
উল্লেখনীয় বঁটা |
|
বন্ধ কৰক