বনৰীয়া ম’হ
From Wikipedia, the free encyclopedia
বনৰীয়া ম'হ (ইংৰাজী: Asiatic water buffalo, বৈজ্ঞানিক নাম: Bubalus arnee)এটা ডাঙৰ আকাৰৰ ম'হৰ প্ৰজাতি। ই সমগ্ৰ দক্ষিণ-পূব এছিয়াত স্থানীয় প্ৰজাতি। আই.ইউ.চি. এনৰ ৰঙা তালিকাত এই প্ৰাণীবিধক সংকটগ্ৰস্ত ( endangered species)বুলি স্বীকৃতি দিয়া হৈছে। বৰ্তমান ইয়াৰ জনসংখ্যা ৪,০০০ তকৈও কম বুলি ধাৰণা কৰা হৈছে।[1] সমগ্ৰ বিশ্বত ইয়াৰ প্ৰায় ৩,৪০০টা প্ৰাণী জীয়াই আছেগৈ। তাৰে ৩,১০০ (৯১%) ভাৰতবৰ্ষত বিশেষকৈ অসমত আছে। .[2]
ক্ষিপ্ৰ তথ্য বনৰীয়া ম'হ Wild water buffalo, সংৰক্ষণ স্থিতি ...
বনৰীয়া ম'হ Wild water buffalo | |
---|---|
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Mammalia |
বৰ্গ: | Artiodactyla |
পৰিয়াল: | Bovidae |
উপপৰিয়াল: | Bovinae |
গোত্ৰ: | Bovini |
গণ: | Bubalus |
প্ৰজাতি: | B. arnee |
বৈজ্ঞানিক নাম | |
Bubalus arnee (Kerr, 1792) | |
Subspecies | |
| |
Asiatic water buffalo range |
বন্ধ কৰক