বাৰীসুন্দৰী
From Wikipedia, the free encyclopedia
বাৰীসুন্দৰী[2](ইংৰাজী: Asian Paradise Flycatcher, বৈজ্ঞানিক নাম-Terpsiphone paradisi) এটা মজলীয়া আকাৰৰ আৰু এছিয়া মহাদেশৰ স্থানীয় চৰাইৰ প্ৰজাতি। বাৰীসুন্দৰীৰ মতা চৰাইৰ নেজ অতি দীঘল। কিছুমানত ই মাখন বৰণীয়া আৰু অন্য কিছুমানত ইয়াৰ বৰণ বগা হয়। মাইকী বাৰীসুন্দৰীৰ নেজ চুটি, ডেউকা মাখন বৰণীয়া আৰু মূৰ অংশ ক'লা হয়। ইহঁতে ঘাইকৈ পোক-পতংগ আদি খাই জীয়াই থাকে।
এইটো এটা অনূদিত বা অনুবাদ চলি থকা প্ৰবন্ধ। ইয়াৰ তাৎপৰ্য্য কেইবাটাও হ'ব পাৰে। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
ওপৰত দিয়াৰ দৰে বিভিন্ন কাৰণত অনুবাদ প্ৰবন্ধ এটা দেখাত আপচু বা চুটি দেখা যাব পাৰে। লগতে প্ৰবন্ধত সম্পূৰ্ণ তথ্য নাথাকিবও পাৰে। আধৰুৱা তথ্য ক্ষতিকাৰক হ'ব পাৰে। সেয়ে এনে প্ৰবন্ধ পঢ়োঁতে পঢ়ুৱৈক নিজৰ বিবেক ব্যৱহাৰ কৰি প্ৰয়োজন হ'লে আমাৰ ৱিকিপিডিয়াতে ক্ষান্ত নাথাকি মূল প্ৰবন্ধটোও বিচাৰি পঢ়ি ল'বলৈ অনুৰোধ কৰা হ'ল। লগতে অনুবাদকসকলকো সাবধান হ'বলৈ অনুৰোধ কৰা হ'ল। |
ক্ষিপ্ৰ তথ্য বাৰীসুন্দৰী, সংৰক্ষণ স্থিতি ...
বাৰীসুন্দৰী | |
---|---|
Adult male in Sri Lanka | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Passeriformes |
পৰিয়াল: | Monarchidae |
গণ: | Terpsiphone |
প্ৰজাতি: | T. paradisi |
বৈজ্ঞানিক নাম | |
Terpsiphone paradisi (Linnaeus, 1758) | |
সমাৰ্থক | |
Tchitrea paradisi |
বন্ধ কৰক