ভোগেশ্বৰী ফুকননী
ভাৰতীয় স্বাধীনতা আন্দোলনৰ কৰ্মী / From Wikipedia, the free encyclopedia
ভোগেশ্বৰী ফুকননী (ইংৰাজী: Bhogeswari Phukanani) ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী সক্ৰিয় যুঁজাৰু আছিল।[2] ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত তেখেত শ্বহীদ হৈছিল।
ক্ষিপ্ৰ তথ্য ভোগেশ্বৰী ফুকননী, জন্ম ...
ভোগেশ্বৰী ফুকননী | |
---|---|
জন্ম | ভোগেশ্বৰী ফুকননী ১৮৮৫ বঢ়মপুৰ, নগাঁও, অসম[1] |
মৃত্যু | ২০ ছেপ্টেম্বৰ, ১৯৪২ নগাঁও, অসম |
জনা যায় | ভাৰতৰ স্বাধীনতা আন্দোলনৰ ছহীদ হিচাপে |
বন্ধ কৰক