মধুপুৰ সত্ৰ
From Wikipedia, the free encyclopedia
মধুপুৰ সত্ৰ অসমীয়া জাতিৰ বিশেষকৈ বৈষ্ণৱ ধৰ্মাৱলম্বী লোকসকলৰ অন্যতম তীৰ্থভূমি। বৰ্তমান পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ মধুপুৰত অৱস্থিত এই এই স্থানত মহাপুৰুষ শঙ্কৰদেৱ আৰু মাধৱদেৱে দেহ ত্যাগ কৰিছিল।[1][2] ইয়াৰ উপৰিও ইয়াত আন বহুতো ভকতৰো সমাধি আছে। জীৱনৰ অন্তিম সময়চোৱা শঙ্কৰদেৱে ইয়াত থাকি ধৰ্ম চৰ্চা কৰাৰ লগতে বহুতো সাহিত্যিক আৰু সাংস্কৃতিক কৃত্তিও ৰচনা কৰিছিল। এই মধুপুৰ সত্ৰক দহমুকুতৰ থান বুলিও কোৱা হয়। দহমুকুত (মুকুট = মুক্ত) মানে হ’ল শঙ্কৰদেৱৰ দহজন শিষ্যৰ ইয়াত থকা ভেটি।
এই প্ৰবন্ধ বা পৰিচ্ছেদটো সম্পাদকীয় বা মতামতৰ দৰে হৈছে আৰু ইয়াৰ সংশোধনৰ আৱশ্যক হ'ব পাৰে। অনুগ্ৰহ কৰি এই প্ৰবন্ধ বা অনুচ্ছেদটো বিশ্বকোষীয় শৈলীৰে আৰু নিৰপেক্ষভাৱে লিখি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। অনুগ্ৰহ কৰি অধিক তথ্যৰ বাবে ৱিকিপিডিয়া:মৌলিক গৱেষণাৰহিত লেখা আৰু ৱিকিপিডিয়া:ৱিকিপিডিয়া প্ৰচাৰযন্ত্ৰ নহয় চাওক। |
ক্ষিপ্ৰ তথ্য মধুপুৰ সত্ৰ, ভূ-স্থানাংক ...
মধুপুৰ সত্ৰ | |
---|---|
মধুপুৰ সত্ৰ | |
ভূ-স্থানাংক | 26.363537°N 89.378220°E / 26.363537; 89.378220 |
স্থান | |
দেশ | ভাৰত |
ৰাজ্য/ অঞ্চল | অসম |
জিলা | কোচবিহাৰ (পশ্চিমবংগ) |
ইতিহাস | |
নিৰ্মাণকাল (বৰ্তমান গৃহ) |
১৬০০ (আনুমানিক) |
প্ৰতিস্থাপক | নৰনাৰায়ণ |
বন্ধ কৰক