মুহাম্মদ ইউনুছ
From Wikipedia, the free encyclopedia
মুহাম্মদ ইউনুছ (জন্ম: ২৮ জুন, ১৯৪০) এজন বাংলাদেশী ন'বেল বঁটা বিজয়ী বেংকাৰ আৰু অৰ্থনীতিবিদ। তেওঁ চট্টগ্ৰাম বিশ্ববিদ্যালয়ত অৰ্থনীতি বিভাগৰ এজন অধ্যাপক। তেওঁ ক্ষুদ্ৰঋণ ধাৰণাৰ প্ৰৱৰ্তক। অধ্যাপক ইউনুছ গ্ৰামীণ বেংকৰ প্ৰতিষ্ঠাতা। মুহাম্মদ ইউনুছ আৰু তেওঁৰ দ্বাৰা প্ৰতিষ্ঠিত গ্ৰামীণ বেংক যৌথভাবে ২০০৬ চনত শান্তিৰ ন'বেল বঁটা লাভ কৰে। তেওঁ প্ৰথম বাংলাদেশী হিচাপে এই বঁটা লাভ কৰে। ইউনুছ 'বিশ্ব খাদ্য বঁটা' সহ কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰে।
ক্ষিপ্ৰ তথ্য মুহাম্মদ ইউনুছ, জন্ম ...
মুহাম্মদ ইউনুছ | |
---|---|
ছুইজাৰলেণ্ডৰ ডেভোছত অনুষ্ঠিত বিশ্ব অৰ্থনৈতিক ফৰামত মুহাম্মদ ইউনুছ, ২৫ জানুৱাৰী ২০১২ | |
জন্ম | ২৮ জুন, ১৯৪০ (৮৩ বছৰ) চট্টগ্ৰাম, বাংলাদেশ |
ৰাষ্ট্ৰীয়তা | বাংলাদেশী |
নাগৰিকত্ব | বাংলাদেশ |
শিক্ষানুষ্ঠান | ঢাকা বিশ্ববিদ্যালয় কলোৰাডো বিশ্ববিদ্যালয় ভেণ্ডাৰবিল্ট বিশ্ববিদ্যালয় |
পেচা | বেংকাৰ অৰ্থনীতিবিদ |
ধৰ্ম | ইছলাম |
দাম্পত্যসঙ্গী | ভেৰা ফৰোষ্টেনকো (১৯৭০-১৯৭৯) আফৰোজী ইউনুছ (বৰ্তমান) |
সন্তান | ২ |
বঁটা, সন্মান, পুৰস্কাৰ আদি |
|
স্বাক্ষৰ | |
বন্ধ কৰক