মেক্সিম গৰ্কী
Russian writer, playwright, essayist and journalist / From Wikipedia, the free encyclopedia
এলেক্সেই মেক্সিমভিছ পেচকভ (ইংৰাজী: Alexei Maximovich Peshkov; ৰুছ: Алексе́й Макси́мович Пешко́в)[1] বা চমুকৈ এলেক্সেই পেচকভ এজন ৰুচ সাহিত্যিক আছিল। তেওঁ মেক্সিম গৰ্কী (ইংৰাজী: Maxim Gorky) ছদ্মনামেৰে লিখামেলা কৰিছিল যিটো নামেৰেই পাছত তেওঁ বিশ্ববিখ্যাত হৈ পৰে। তেওঁ এজন সামাজিক বাস্তববাদী সাহিত্যিক আৰু সমাজকৰ্মী আছিল।[2]
ক্ষিপ্ৰ তথ্য মেক্সিম গৰ্কী, জন্ম ...
মেক্সিম গৰ্কী | |
---|---|
Portrait of Gorky, c. 1906 | |
জন্ম | এলেক্সেই মেক্সিমভিছ পেচকভ 28 March [পুৰণা নিয়মত March 16] 1868 Nizhny Novgorod, Russian Empire |
মৃত্যু | ১৮ জুন, ১৯৩৬ (বয়স ৬৮) Gorki Leninskiye, Moscow Oblast, Russian SFSR, USSR |
ছদ্মনাম | মেক্সিম গৰ্কী |
পেচা | লিখক, নাট্যকাৰ, ৰাজনৈতিক কৰ্মী |
ৰাষ্ট্ৰীয়তা | ৰাছিয়ান, ছোভিয়েট |
সময় | আধুনিকতাবাদ |
ধৰণ | উপন্যাস, নাটক |
সাহিত্যিক বিপ্লৱ | Socialist Realism |
প্ৰভাবিত কৰে
| |
স্বাক্ষৰ |
বন্ধ কৰক