অসমীয়া অভিনেতা From Wikipedia, the free encyclopedia
যতীন বৰা (ইংৰাজী: Jatin Bora) হৈছে অসমৰ এগৰাকী চলচ্চিত্ৰ আৰু মঞ্চ অভিনেতা আৰু চলচ্চিত্ৰ পৰিচালক। যতীন বৰাই অভিনয় জীৱনৰ পাতনি মেলে ১৯৮৯ চনত আব্দুল মজিদ পৰিচালিত ছবি "উত্তৰকাল"ৰ যোগেদি। ১৯৯৫ চনত তেওঁ প্ৰদীপ গগৈ পৰিচালিত "আই কিল্ড হিম, ছাৰ" নামৰ ছবিখনত এটি মুখ্য চৰিত্ৰত অভিনয় কৰে। ২০০০ চনত মুক্তি পোৱা মুনিন বৰুৱা পৰিচালিত "হিয়া দিয়া নিয়া"ত কৰা অভিনয়েৰে তেওঁ অসমৰ দৰ্শকৰ মাজত এক সুকীয়া আসন দখল কৰে। যতীন বৰাই ৰূপালী পৰ্দাৰ লগতে ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চতো অভিনয় কৰে। যতীন বৰা অভিনীত, সঞ্জীৱ সভাপণ্ডিত পৰিচালিত ছবি "জুয়ে পোৰা সোন"-এ ২০০৪ চনত আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমাৰোহত বাছনি পায়। যতীন বৰাই ২০০৬ চনত "অধিনায়ক" নামৰ এখন ছবি পৰিচালনাও কৰে। তেওঁ ১৯৯৭ চনত ড॰ ভবেন্দ্ৰ নাথ শইকীয়া পৰিচালিত কালসন্ধ্যা নামৰ হিন্দী ছবিখনত অভিনয় কৰে।[1]
যতীন বৰা | |
---|---|
"মিঠা মিঠা লগনত"ৰ এটি দৃশ্যত যতীন | |
জন্ম | ২৫ এপ্ৰিল, ১৯৭০ নগাঁও, অসম, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | অভিনেতা, চলচ্চিত্ৰ পৰিচালক |
সক্ৰিয় হৈ থকা সময় | ১৯৮৯ - বৰ্তমানলৈ |
দাম্পত্যসঙ্গী | নৱনীতা শৰ্মা (বি. ২০০২) |
ৱেবছাইট | |
jatinbora.in |
ছবি | মুক্তিৰ তাৰিখ | পৰিচালক |
---|---|---|
উত্তৰকাল | নৱেম্বৰ ২, ১৯৯০ | আব্দুল মজিদ |
আই কিল্ড হিম, ছাৰ | নৱেম্বৰ ৩, ১৯৯৫ | প্ৰদীপ গগৈ |
কালসন্ধ্যা (হিন্দী) | ১৯৯৭ | ড˚ ভবেন্দ্ৰ নাথ শইকীয়া |
হিয়া দিয়া নিয়া | ফেব্ৰুৱাৰী ২৫, ২০০০ | মুনিন বৰুৱা |
অহংকাৰ | মাৰ্চ ৩, ২০০০ | প্ৰদীপ হাজৰিকা |
তুমি মোৰ মাথোঁ মোৰ | মাৰ্চ ২৪, ২০০০ | জুবিন গাৰ্গ |
দাগ | ফেব্ৰুৱাৰী ২, ২০০১ | মুনিন বৰুৱা |
শেষ উপহাৰ | মাৰ্চ ২৩, ২০০১ | গোপাল বৰঠাকুৰ |
অন্য এক যাত্ৰা | জুলাই ৬, ২০০১ | মঞ্জু বৰা |
কইনা মোৰ ধুনীয়া | ছেপ্টেম্বৰ ৭, ২০০১ | সুমন হৰিপ্ৰিয়া |
এই মৰম তোমাৰ বাবে | নবেম্বৰ ২, ২০০১ | তৌফিক ৰহমান |
নায়ক | নৱেম্বৰ ৩০, ২০০১ | মুনিন বৰুৱা |
প্ৰেম আৰু প্ৰেম | ফেব্ৰুৱাৰী ৮, ২০০২ | শম্ভু গুপ্তা |
জীৱন নদীৰ দুটি পাৰ | মাৰ্চ ৯, ২০০২ | মুন্না আহমেদ |
কন্যাদান | মাৰ্চ ১৯, ২০০২ | মুনিন বৰুৱা |
প্ৰিয়া অ' প্ৰিয়া | এপ্ৰিল ১৯, ২০০২ | অঞ্জন কলিতা |
ত্যাগ | ছেপ্টেম্বৰ ৬, ২০০২ | নাৰায়ণ শীল |
মিঠা মিঠা লগনত | অক্টোবৰ ৪, ২০০২ | অচ্যুত কুমাৰ ভাগৱতী সুশান্ত মজিন্দাৰ বৰুৱা |
প্ৰেমগীত | ডিচেম্বৰ ২০, ২০০২ | আশিষ শইকীয়া |
অগ্নিসাক্ষী | জানুৱাৰী ১৭, ২০০৩ | যদুমনি দত্ত |
প্ৰিয়া মিলন | মাৰ্চ ২১, ২০০৩ | মুন্না আহমেদ |
বিধাতা | মাৰ্চ ২৮, ২০০৩ | মুনিন বৰুৱা |
এয়াই জোনাকবিহীন জীৱন | এপ্ৰিল ১১, ২০০৩ | মুন্না আহমেদ |
জুমন সুমন | ছেপ্টেম্বৰ ১৯, ২০০৩ | মহিবুল হক |
উজনীৰ দুজনী গাভৰু | অক্টোবৰ ১৭, ২০০৩ | চন্দ্ৰ মুদৈ |
হেঁপাহ | ডিচেম্বৰ ১৯, ২০০৩ | শঙ্কৰ বৰুৱা |
মা তুমি অনন্যা | জানুৱাৰী ৯, ২০০৪ | মুন্না আহমেদ |
জুয়ে পোৰা সোণ | জানুৱাৰী ৯, ২০০৪ | সঞ্জীৱ সভাপণ্ডিত |
হৃদয় কঁপোৱা গান | জানুৱাৰী ১৬, ২০০৪ | জয়ন্ত নাথ |
বাৰুদ | এপ্ৰিল ১৬, ২০০৪ | মুনিন বৰুৱা |
কাদম্বৰী | এপ্ৰিল ৩০, ২০০৪ | বাণী দাস |
ৰং | মাৰ্চ ১৬, ২০০৪ | মুনিন বৰুৱা |
দীনবন্ধু | অক্টোবৰ ১৫, ২০০৪ | মুনিন বৰুৱা |
চুৰেন চোৰৰ পুতেক | ছেপ্টেম্বৰ ১৬, ২০০৫ | চন্দ্ৰ মুদৈ |
চেনাই মোৰ ঢুলীয়া | ডিচেম্বৰ ৩০, ২০০৫ | চন্দ্ৰ মুদৈ |
অঘৰী আত্মা | জানুৱাৰী ২০, ২০০৬ | মুন্না আহমেদ |
অধিনায়ক | ফেব্ৰুৱাৰী ১৭, ২০০৬ | যতীন বৰা |
দেউতা দিয়া বিদায় | এপ্ৰিল ২৮, ২০০৬ | ৰমেশ মোডী |
ধুনীয়া তিৰোতাবোৰ | জানুৱাৰী ২০০৯ | প্ৰদ্যুত কুমাৰ ডেকা |
ৰামধেনু | জানুৱাৰী ৪, ২০১১ | মুনিন বৰুৱা |
জানমণি | এপ্ৰিল ১৫, ২০১১ | ৰাজেশ ভূঞাঁ |
বান্ধোন | অক্টোবৰ ২৬, ২০১২ | জাহ্নু বৰুৱা |
হিয়া দিবা কাক | ফেব্ৰুৱাৰী ২১, ২০১২ | ৰাজীৱ বৰা |
জিলমিল জোনাক | মে' ২৩, ২০১৪ | শিবানন বৰুৱা |
দূৰদৰ্শন...এটি যন্ত্ৰ | ছেপ্তেম্বৰ ২, ২০১৬ | ৰাজেশ ভূঞাঁ |
বহ্নিমান | ডিচেম্বৰ ২, ২০১৬ | বিশ্বজিৎ বৰা |
নিজানৰ গান | ফেব্ৰুৱাৰী ২, ২০১৮ | মুন্না আহমেদ |
ৰত্নাকৰ | অক্টোবৰ ১১, ২০১৯ | যতীন বৰা |
ৰাঘৱ | আগন্তুক | যতীন বৰা |
বৰ্ষ | ভ্ৰাম্যমাণ গোষ্ঠী |
---|---|
১৯৯৪-৯৫ | হেঙুল থিয়েটাৰ |
১৯৯৫-৯৬ | আৱাহন থিয়েটাৰ |
১৯৯৬-৯৭ | আৱাহন থিয়েটাৰ |
২০০৪-০৫ | আশীৰ্বাদ থিয়েটাৰ |
২০০৭-০৮ | কহিনুৰ থিয়েটাৰ |
২০০৯-১০ | কহিনুৰ থিয়েটাৰ |
২০১০-১১ | আশিৰ্বাদ থিয়েটাৰ |
২০১১-১২ | থিয়েটাৰ ভাগ্যদেৱী |
২০১২-১৩ | থিয়েটাৰ ভাগ্যদেৱী[2] |
২০১৩-১৪ | ইতিহাস থিয়েটাৰ |
২০১৬-১৭ | থিয়েটাৰ সূৰ্য্য |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.