সদস্য:ছাজিদুল ইছলাম
From Wikipedia, the free encyclopedia
অধিক তথ্য নাম, লিংগ ...
আচ্ছালামু আলাইকুম
ছাজিদুল ইছলাম সদস্য পৃষ্ঠালৈ আপোনাক স্বাগতম
মোৰ বিষয়েঃ মোৰ নাম ছাজিদুল ইছলাম। ঘৰ মঙ্গলদৈত। মোৰ হবি হৈছে তথ্য সম্বন্ধীয় লিখনি পঢ়া, ৱিকিপিডিয়া ফেচবুক ওয়াটিউবত সময় অতিবাহিত কৰা, ভ্ৰমণ কৰা। অসমীয়া ৱিকিপিডিয়াৰ লগত মই ২০১৫ চনৰ পৰা জড়িত।
|
বন্ধ কৰক