৮ নৱেম্বৰ (ইংৰাজী: 8 November) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩১২তম (অধিবৰ্ষত ৩১৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৫৩টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

১০১১১২১৩১৪১৫১৬
১৭১৮১৯২০২১২২২৩
২৪২৫২৬২৭২৮২৯৩০

ঘটনাৱলী

জন্ম

  • ১৬৫৬ - এডমাণ্ড হেলী, ব্ৰিটিছ জ্যোতিৰ্বিজ্ঞানী।[1]
  • ১৯০৮ - ৰাজা ৰাও, প্ৰসিদ্ধ সাহিত্যিক।[1]
  • ১৯১৭ - কমল ৰণদিৱে, ভাৰতীয় কোষ জীৱবিজ্ঞানী আৰু কৰ্কট ৰোগ বিশেষজ্ঞ।
  • ১৯২০ - চিতাৰা দেৱী, ভাৰতীয় নৃত্য পটীয়সী।
  • ১৯২৭ - এল. কে. আদৱানি, ভাৰতীয় ৰাজনীতিক।
  • ১৯৩৮ - অৰবিন্দ ত্ৰিবেদী, ভাৰতীয় অভিনেতা।
  • ২০০১ - অৱনী লেখাৰা, ভাৰতীয় পেৰালিম্পিয়ান আৰু ক্ৰীড়া ৰাইফল শ্বুটাৰ।

মৃত্যু

দিৱস

বাহ্যিক সংযোগ

তথ্য সংগ্ৰহ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.