নেপালী ভাষা ইণ্ডো -ইউৰোপীয় ভাষা পৰিয়ালৰ ইণ্ডো-আৰ্য শাখাৰ এটা ভাষা। ই নেপালৰ চৰকাৰী ভাষা। এই ভাষা ভাৰত, ভূটান আৰু বাৰ্মাতো প্ৰচলিত। ভাৰতৰ ছিকিম ৰাজ্য আৰু পশ্চিম বংগৰ দাৰ্জিলিং জিলাত নেপালী ভাষাৰ চৰকাৰী মৰ্যাদা আছে।

ক্ষিপ্ৰ তথ্য নেপালী, থলুৱা অঞ্চল ...
নেপালী
नेपाली

দেৱনাগৰী লিপিত লিখা "নেপালী" শব্দটো
থলুৱা অঞ্চল নেপাল, ভাৰত, ভূটান, ম্যানমাৰ
অঞ্চল দক্ষিণ এছিয়া
জাতীয়তা Khas people (গোৰ্খা সমন্বিতে)
স্থানীয় ভাষিক
১৩.৯ মিলিয়ন[1] (2001)
ভাষা পৰিয়াল
ইণ্ডো-ইউৰোপীয়
  • Indo-Iranian
    • Indo-Aryan
      • Northern
        • (Eastern Pahari)
          • নেপালী
লিখন প্ৰণালী দেৱনাগৰী লিপি
আধিকাৰিক স্থিতি
আধিকাৰিক ভাষা
 নেপাল
 ভাৰত (in ছিক্কিম দাৰ্জিলিং জিলা, পশ্চিমবংগ অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, নাগালেণ্ড উত্তৰ-পূব ভাৰত )
নিয়মাধীন হয়
Language Academy of Nepal
ভাষা সংকেত
ISO 639-1 ne
ISO 639-2 nep
ISO 639-3 nep
World map with significant Nepali language speakers
Dark Blue: Main official language,
Light blue: One of the official languages,
Red: Places with significant population or greater than 20% but without official recognition.
বন্ধ কৰক

বৰ্ণমালা

Thumb
নেপালী বৰ্ণমালা আৰু উচ্চাৰণ

সংখ্যা

অধিক তথ্য অসমীয়া সংখ্যা, নেপালী সংখ্যা ...
নেপালী সংখ্যা
অসমীয়া সংখ্যানেপালী সংখ্যালিখিতIASTIPAউৎপত্তি
शुन्य/सुन्नाśūnya/sunne/সংস্কৃত শূন্য (शून्य)
एकek/ek/সংস্কৃত এক (एक)
दुईduī/d̪ui/সংস্কৃত dvi (द्वि)
तीनtīn/t̪in/সংস্কৃত ত্ৰি (त्रि)
चारcār/t͡sar/সংস্কৃত চতুৰ্ (चतुर्)
पाँचpāṃc/pãt͡s/সংস্কৃত পঞ্চ (पञ्च)
cha/t͡sʰʌ/সংস্কৃত ষষ্ (षष्)
सातsat/sat̪/সংস্কৃত সপ্ত (सप्त)
आठāṭh/aʈʰ/সংস্কৃত অষ্ট (अष्ट)
नौnau/nʌu̯/সংস্কৃত নব (नव)
১০१०दशdaś/d̪ʌs/সংস্কৃত দশ (दश)
১১११एघारeghār[eɡaɾʌ]
১২१२बाह्रbāhr[baɾʌ]
২০२०बीसvis/bis/
২১२१एक्काइसekkāis/ekːais/
২২२२बाइसbāis/bais/
১০০१००एक सयek say/ek sʌe/
১,০০০१,०००एक हजारek hajār/ek ɦʌd͡zar/
১০,০০০१०,०००दश हजारdaś hajār/d̪ʌs ɦʌd͡zar/
১,০০,০০০१,००,०००एक लाखek lākh/ek lakʰ/লাখ দেখোন
১০,০০,০০০१०,००,०००दश लाखdaś lākh/d̪ʌs lakʰ/
১,০০,০০,০০০१,००,००,०००एक करोडek karoḍ[ek kʌɾoɽ]কোটি দেখোন
১০,০০,০০,০০০१०,००,००,०००दश करोडdaś karoḍ[d̪ʌs kʌɾoɽ]
১,০০,০০,০০,০০০१,००,००,००,०००एक अरबek arab[ek ʌɾʌb]
১০,০০,০০,০০,০০০१०,००,००,००,०००दश अरबdas arab[d̪ʌs ʌɾʌb]
১০১২१०१२एक खरबek kharab[ek kʰʌɾʌb]
১০১৪१०१४एक नीलek nil/ek nil/
১০১৬१०१६एक पद्म ek padma/ek pʌd̪mʌ/
১০১৮१०१८एक शंखek shankha/ek sʌŋkʰʌ/
বন্ধ কৰক

কিছু বহু প্ৰচলিত বাক্য

অধিক তথ্য অসমীয়া, নেপালী ...
অসমীয়ানেপালীউচ্চাৰণইংৰাজী
আপোনাৰ নাম কি?तपाईँको नाम के हो?তপাঈঁকো নাম কে হো?What is your name?
তোমাৰ নাম কি?तिम्रो नाम के हो?তিম্ৰো নাম কে হো?What is your name?
মোৰ নাম নীলিমা।मेरो नाम नीलिमा हो।মেৰো নাম নীলিমা হো।My name is Nilima.
আপোনাৰ ঘৰ ক'ত?तपाईँको घर कहाँ छ?তপাঈঁকো ঘৰ কহাঁ ছ?Where do you live?
তোমাৰ ঘৰ ক'ত?तिम्रो घर कहाँ छ?তিম্ৰো ঘৰ কহাঁ ছ?Where do you live?
খাদ্য ক'ত পোৱা যাব?खाना खाने ठाउँ कहाँ छ?খানা খানে ঠাউঁ কহাঁ ছ?Where is a place to eat?
শৌচালয় ক'ত আছে?शौचालय कहाँ छ?শৌচালয় কহাঁ ছ?Where is the toilet?
বন্ধ কৰক

তথ্যসূত্ৰ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.