নেপালী ভাষা
ভাৰতীয়-আৰ্য ভাষা / From Wikipedia, the free encyclopedia
নেপালী ভাষা ইণ্ডো -ইউৰোপীয় ভাষা পৰিয়ালৰ ইণ্ডো-আৰ্য শাখাৰ এটা ভাষা। ই নেপালৰ চৰকাৰী ভাষা। এই ভাষা ভাৰত, ভূটান আৰু বাৰ্মাতো প্ৰচলিত। ভাৰতৰ ছিকিম ৰাজ্য আৰু পশ্চিম বংগৰ দাৰ্জিলিং জিলাত নেপালী ভাষাৰ চৰকাৰী মৰ্যাদা আছে।
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
ক্ষিপ্ৰ তথ্য নেপালী, থলুৱা অঞ্চল ...
নেপালী | |
---|---|
नेपाली | |
দেৱনাগৰী লিপিত লিখা "নেপালী" শব্দটো | |
থলুৱা অঞ্চল | নেপাল, ভাৰত, ভূটান, ম্যানমাৰ |
অঞ্চল | দক্ষিণ এছিয়া |
জাতীয়তা | Khas people (গোৰ্খা সমন্বিতে) |
স্থানীয় ভাষিক |
১৩.৯ মিলিয়ন[1] (2001) |
ভাষা পৰিয়াল |
ইণ্ডো-ইউৰোপীয়
|
লিখন প্ৰণালী | দেৱনাগৰী লিপি |
আধিকাৰিক স্থিতি | |
আধিকাৰিক ভাষা |
নেপাল ভাৰত (in ছিক্কিম দাৰ্জিলিং জিলা, পশ্চিমবংগ অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, নাগালেণ্ড উত্তৰ-পূব ভাৰত ) |
নিয়মাধীন হয় |
Language Academy of Nepal |
ভাষা সংকেত | |
ISO 639-1 | ne |
ISO 639-2 | nep |
ISO 639-3 | nep |
World map with significant Nepali language speakers Dark Blue: Main official language, Light blue: One of the official languages, Red: Places with significant population or greater than 20% but without official recognition. |
বন্ধ কৰক