ভাৰত-ইউৰোপীয় ভাষা From Wikipedia, the free encyclopedia
সংস্কৃত (সংস্কৃত: संस्कृतम् saṃskṛtam, সঠিক নাম : संस्कृता वाक्, saṃskṛtā vāk, পৰবৰ্তীকালত প্ৰচলিত অন্য নাম: संस्कृतभाषा saṃskṛtabhāṣā, "পৰিমাৰ্জিত ভাষা") হ’ল এটি ঐতিহাসিক ভাৰত-ইউৰোপীয় ভাষা আৰু হিন্দু আৰু বৌদ্ধ ধৰ্মৰ পবিত্ৰ দেৱভাষা।[note 1][2]।
সংস্কৃত | |
---|---|
संस्कृतम् সংস্কৃতম্ | |
উচ্চাৰণ | sə̃skɹ̩t̪əm |
অঞ্চল | বৃহত্তৰ ভাৰত |
স্থানীয় ভাষিক |
ভাৰতৰ ১৪,১৩৫ জন স্থানীয় ভাষাভাষী (২০০১)[1] |
ভাষা পৰিয়াল |
ভাৰত-ইউৰোপীয়
|
লিখন প্ৰণালী | দেবনাগৰী (কাৰ্যত), বিভিন্ন ব্ৰাহ্মী–ভিত্তিক লিপি, আৰু লেটিন বৰ্ণমালা |
আধিকাৰিক স্থিতি | |
আধিকাৰিক ভাষা |
ভাৰত (উত্তৰাখণ্ড) ভাৰতৰ ২২টা চৰকাৰী ভাষাৰ অন্যতম |
ভাষা সংকেত | |
ISO 639-1 | sa |
ISO 639-2 | san |
ISO 639-3 | san |
ৱিকিমিডিয়া কমন্সত সংস্কৃত সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
ৱিকিপিডিয়া, মুক্ত বিশ্বকোষখনৰ সংস্কৃত ভাষাৰ সংস্কৰণ |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.