ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ

ভাৰতৰ ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহৰ তালিকা From Wikipedia, the free encyclopedia

ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ
Remove ads

ভাৰতত ২৮ খন ৰাজ্য আৰু ৮খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে। ভাৰতৰ ৰাজধানী দিল্লী। প্ৰতিখন ৰাজ্যৰে নিজা প্ৰশাসনীয় ব্যৱস্থা আছে। কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ কেন্দ্ৰীয় চৰকাৰে শাসন কৰে। তলত ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাৰ লগতে প্ৰয়োজনীয় বিৱৰণসমূহ উল্লেখ কৰা হৈছে।

ভাৰতৰ ২৮ খন ৰাজ্যৰ লগতে ৮ খন কেন্দ্ৰীয় শাসিত অঞ্চল প্ৰদৰ্শন কৰা মেপ, আপুনি চাব বিচৰা ঠাইখনত মাউচেৰে ক্লিক কৰক
Thumbপঞ্জাবপঞ্জাব
ভাৰতৰ ২৮ খন ৰাজ্যৰ লগতে ৮ খন কেন্দ্ৰীয় শাসিত অঞ্চল প্ৰদৰ্শন কৰা মেপ

ভাৰত চৰকাৰৰ অন্তৰ্গত ভাৰতৰ গৃহ মন্ত্ৰালয়ৰ অধীনত থকা জনগণনা ভাৰতৰ ২০১১ চনৰ লোকপিয়ল অনুসৰি নিম্নোক্ত তালিকাখন প্ৰস্তুত কৰা হৈছে।

অধিক তথ্য ৰাজ্যৰ নাম, আই এচ অ ৩২৬৬-২ কোড ...


অধিক তথ্য কেন্দ্ৰীয়শাসিত অঞ্চলৰ নাম, জনসংখ্যা ...
Remove ads

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.

Remove ads