বৰ্ষ |
ছবি |
পৰিচালক |
সংগীত পৰিচালক |
মুক্তিৰ তাৰিখ |
টোকা |
১৯৭০ | অপৰাজেয় | ফণী তালুকদাৰ, অতুল বৰদলৈ, মুনিন বায়ন, গৌৰী বৰ্মণ | সলীল চৌধুৰী | ৬ মে' | |
বৰুৱাৰ সংসাৰ | নিপ বৰুৱা | ৰমেন বৰুৱা | | |
মুকুতা | ব্ৰজেন বৰুৱা | ৰমেন বৰুৱা | ৩০ অক্টোবৰ | |
১৯৭১ | মানৱ আৰু দানৱ | ইন্দুকল্প হাজৰিকা | জীতু-তপন | ২৬ ফ্ৰেব্ৰুৱাৰী | |
অৰণ্য | সমৰেন্দ্ৰ নাৰায়ণ দেৱ | সুধীন দাশগুপ্ত | | শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) |
শেষ বিচাৰ | দেৱ কুমাৰ বসু | অসিত গাংগুলী | | |
যোগ বিয়োগ | দ্বিবন বৰুৱা | ৰমেন বৰুৱা | ৩১ ডিচেম্বৰ[1]
| |
১৯৭২ | ললিতা | ব্ৰজেন বৰুৱা | ৰমেন বৰুৱা | ১৮ ফ্ৰেব্ৰুৱাৰী[1] | |
ওপজা সোণৰ মাটি | ব্ৰজেন বৰুৱা | ৰমেন বৰুৱা | | শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) |
মৰীচিকা | অমূল্য মান্না | জীতু-তপন | ১৫ ডিচেম্বৰ | |
হৃদয়ৰ প্ৰয়োজন | গৌৰী বৰ্মণ | ৰমেন বৰুৱা | ১ ডিচেম্বৰ[1] | |
বিভ্ৰাট | ফণী তালুকদাৰ | মেলডিকা | | |
ভাইটি | কমল নাৰায়ণ চৌধুৰী | অজিত সিংহ | | প্ৰথম অসমীয়া ৰঙীন ছবি |
উপগ্ৰহ | ভবেন দাস | জীতু-তপন | | |
১৯৭৩ | মমতা | নলিন দুৱৰা | বসন্ত বৰদলৈ | | শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) |
ৰশ্মিৰেখা | প্ৰফুল্ল বৰুৱা | উপেন কাকতি | | |
সোণতৰা | নিপ বৰুৱা | ৰমেন বৰুৱা | | |
উত্তৰণ | মনেৰঞ্জন শুৰ | ৰমেন বৰুৱা | | |
অভিযান | সুজিত সিংহ | জীতু-তপন | | |
অনুতাপ | অতুল বৰদলৈ | জীতু-তপন | | |
গণেশ | এ. কে. ফিল্মচ্ | অজিত সিংহ | | |
বনৰীয়া ফুল | অতুল বৰদলৈ | জয়ন্ত হাজৰিকা | | |
১৯৭৪ | বৃষ্টি | দেউতি বৰুৱা | জয়ন্ত হাজৰিকা | | |
পৰিণাম | প্ৰবীন বৰা | ৰমেন বৰুৱা | ১৩ চেপ্তেম্বৰ | |
সন্তান | অমৰ পাঠক | প্ৰভাত শৰ্মা | ১৫ ডিচেম্বৰ | |
১৯৭৫ | চামেলি মেমচা'ব | আব্দুল মজিদ | ভূপেন হাজৰিকা | | শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) শ্ৰেষ্ঠ সঙ্গীত পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা |
তৰামাই | দ্বিবন বৰুৱা | ৰমেন বৰুৱা | | |
ৰতনলাল | নলীন দুৱৰা | নিৰ্মল চক্ৰৱৰ্তী | | |
খোজ | পুলক গগৈ | ভূপেন হাজৰিকা | | |
কাঁচঘৰ | বিজয় চৌধুৰী, পীযুষ কান্তি ৰয় | ভূপেন হাজৰিকা | | |
১৯৭৬ | পুতলা ঘৰ | সমৰেন্দ্ৰ নাৰায়ন দেৱ | তফজ্জুল আলি | | শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) |
পলাশৰ ৰং | জীৱন বৰা | ভূপেন হাজৰিকা | | |
প্ৰাণ গঙ্গা | ৰবীন চেতিয়া | উপেন কাকতি | | |
আদালত | দিলীপ ডেকা | জীতু-তপন | ১০ ডিচেম্বৰ[1] | |
গঙা চিলনীৰ পাখি | পদুম বৰুৱা | পদুম বৰুৱা | | |
১৯৭৭ | বনহংস | আব্দুল মজিদ | ভূপেন হাজৰিকা | | |
ধৰ্মকাই | ভবেন দাস | জয়ন্ত হাজৰিকা | | |
নতুন আশা | প্ৰবিৰ মিত্ৰ | জয়ন্ত হাজৰিকা | | |
পাপ আৰু প্ৰায়শ্চিত্ত | আনোৱাৰ হুছেইন | ৰমেন চৌধুৰী | | |
সন্ধ্যাৰাগ | ভবেন্দ্ৰ নাথ শইকীয়া | ৰমেন চৌধুৰী, ইন্দ্ৰেশ্বৰ শৰ্মা, প্ৰভাত শৰ্মা | ৫ আগষ্ট | শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) ভাৰতীয় পেনোৰামাত প্ৰদৰ্শিত প্ৰথম অসমীয়া ছবি |
সোণমা | নিপ বৰুৱা | ৰমেন বৰুৱা | | |
১৯৭৮ | ফাগুনী | শিৱ প্ৰসাদ ঠাকুৰ | উপেন কাকতি | | |
নিয়তি | ইন্দুকল্প হাজৰিকা | জয়ন্ত হাজৰিকা | | |
বনজুই | আব্দুল মজিদ | ভূপেন হাজৰিকা | | |
কল্লোল | অতুল বৰদলৈ | ৰুদ্ৰ বৰুৱা | | শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) |
মৰম | দ্বিবন বৰুৱা | ৰমেন বৰুৱা | | |
মৰমী | দীজেন্দ্ৰ নাৰায়ন দেৱ | ৰমেন বৰুৱা | | |
১৯৭৯ | মন প্ৰজাপতি | ভূপেন হাজৰিকা | ভূপেন হাজৰিকা | | |
মেঘ | অতুল বৰদলৈ | জীতু-তপন | | |
মেঘমুক্তি | বন্ধু | খগেন মহন্ত | | |
নিশাৰ চকুলো | দেৱ কুমাৰ বসু | গৌৰচান্দ মুখাৰ্জী | | |
শ্ৰীমতী মহিমাময়ী | পুলক গগৈ | কুল-অতুল | | |
সোণৰ হৰিণ | সমৰেন্দ্ৰ নাৰায়ন দেৱ | তফজ্জুল আলি | | |
আশ্ৰয় | দুলাল ৰয় | ৰমেন বৰুৱা | | |
বিশেষ এৰাতি | উপেন কাকতি | উপেন কাকতি | | |
দূৰণিৰ ৰং | জন্ছ মহলীয়া | অজিত সিংহ | | |
ৰাংঢালী | দিজেন্দ্ৰ নাৰায়ন দেৱ | হেমেন হাজৰিকা | | |