![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/9/94/Ficus_religiosa_Bo.jpg/640px-Ficus_religiosa_Bo.jpg&w=640&q=50)
আঁহত
মোৰেচি পৰিয়ালৰ অন্তৰ্গত এবিধ ডিমৰু জাতীয় গছ / From Wikipedia, the free encyclopedia
আঁহত (ইংৰাজী: Sacred Fig, বৈজ্ঞানিক নাম: Ficus religiosa) হৈছে মোৰেচি পৰিয়ালৰ অন্তৰ্গত এবিধ ডিমৰু জাতীয় গছ।[1][2] এই গছজোপাৰক অন্য বহুতো নাম যেনে বোধি (bodhi tree)[3] পিপল (pippala, peepul,[1] peepal) বা অশ্বত্থ (ashwattha) আদিৰে জনা যায়।[4] এই গছজোপাই ভাৰত উপমহাদেশত জন্ম হোৱা তিনিটা প্ৰধান ধৰ্ম বৌদ্ধধৰ্ম, হিন্দুধৰ্ম আৰু জৈনধৰ্মত এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে। এই উদ্ভিদবিধ ভাৰত, বাংলাদেশ, নেপাল, পাকিস্তান, শ্ৰীলংকা, দক্ষিণ-পশ্চিম চীন আৰু ইন্দোনেছিয়া আদি দেশত স্থানীয়ভাৱে পোৱা যায়।[5][6]
ক্ষিপ্ৰ তথ্য আঁহত, জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন ...
আঁহত | |
---|---|
![]() | |
Leaves and trunk of a Sacred Fig. Note the distinctive leaf shape. | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Rosids |
বৰ্গ: | Rosales |
পৰিয়াল: | Moraceae |
গণ: | Ficus |
প্ৰজাতি: | F. religiosa |
বৈজ্ঞানিক নাম | |
Ficus religiosa L. | |
সমাৰ্থক | |
|
বন্ধ কৰক