আছফাক আহমেদ
From Wikipedia, the free encyclopedia
আছফাক আহমেদ (উৰ্দুঃ اشفاق احمد خان; ২২ আগষ্ট ১৯২৫ – ৭ ছেপ্টেম্বৰ ২০০৪) এগৰাকী পাকিস্তানী লেখক, নাট্যকাৰ আৰু সম্প্ৰচাৰক আছিল।[1][2] উৰ্দু ভাষাত তেওঁ পাকিস্তান দূৰদৰ্শন আৰু ৰেডিঅ’ৰ বাবে উপন্যাস, চুটি গল্প আৰু নাটক লিখিছিল। তেওঁ পাকিস্তানৰ ব্ৰডকাষ্টিং আৰু সাহিত্যিক ঐতিহ্যৰ ক্ষেত্ৰত আগবঢ়োৱা তেওঁৰ উল্লেখযোগ্য সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰপৰা প্ৰাইড অৱ পাৰ্ফমেঞ্চ আৰু চিতাৰা-এ-ইমতিয়াজ বঁটা লাভ কৰিছিল।[3]
ক্ষিপ্ৰ তথ্য আছফাক আহমেদ اشفاق احمد, জন্ম ...
আছফাক আহমেদ اشفاق احمد | |
---|---|
জন্ম | ২২ আগষ্ট, ১৯২৫ মুকস্তাৰ, পাঞ্জাৱ প্ৰভিন্স, ব্ৰিটিছ ভাৰত |
মৃত্যু | ৭ ছেপ্টেম্বৰ, ২০০৪ (৭৯ বছৰ) লাহোৰ, পাঞ্জাৱ, পাকিস্তান |
পেচা | লেখক, নাট্যকাৰ, বুদ্ধিজীৱী |
ৰাষ্ট্ৰীয়তা | পাকিস্তানী |
ধৰণ | কল্প-সাহিত্য, নন-ফিকচন |
বিষয় | সাহিত্য, দৰ্শন, মনোবিজ্ঞান, সমাজতত্ত্ব |
উল্লেখনীয় কৰ্মৰাজি | Talqeen Shah, Aik Muhabbat So Afsaney, গডৰিয়া, টুটা কাহানী, Mann Chale Ka Sauda, জাভিয়া, Farhang Istalahaat |
উল্লেখযোগ্য বঁটা | চিতাৰা-এ-ইমতিয়াজ প্ৰাইড অৱ পাৰ্ফমেঞ্চ (১৯৭৯) |
দাম্পত্যসংগী | Bano Qudsia |
সন্তান | Aneeq Ahmed Khan, Anees Ahmed Khan, Aseer Ahmed Khan |
বন্ধ কৰক