![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/4/4f/Attaulhaq.jpg/640px-Attaulhaq.jpg&w=640&q=50)
আতা উল হক কাচ্মি
উৰ্দু ভাষাৰ পাকিস্তানী স্তম্ভলেখক, নাট্যকাৰ আৰু কবি / From Wikipedia, the free encyclopedia
আতা উল হক কাচ্মি (ইংৰাজী: Ata ul Haq Qasmi) এগৰাকী উৰ্দু ভাষাৰ পাকিস্তানী স্তম্ভলেখক, নাট্যকাৰ আৰু কবি। তেওঁ প্ৰায় বিশখন কিতাপ লিখাৰ উপৰিও পাকিস্তানৰ আগশাৰীৰ বাতৰি কাকতৰ বাবে বিভিন্ন বিষয়ৰ ওপৰত বহুতো প্ৰবন্ধ লিখিছে।[4]
ক্ষিপ্ৰ তথ্য আতা উল হক কাচ্মি عطا الحق قاسمی, জন্ম ...
আতা উল হক কাচ্মি عطا الحق قاسمی | |
---|---|
![]() | |
জন্ম | ০১ ফেব্ৰুৱাৰী, ১৯৪৩ (৮১ বছৰ)[1] অমৃতচৰ, পাঞ্জাৱ প্ৰভিনেন্স, ব্ৰিটিছ ভাৰত[2] |
ৰাষ্ট্ৰীয়তা | পাকিস্তানী |
পেচা | স্তম্ভলেখক, সাংবাদিক, প্ৰাক্তন ৰাষ্ট্ৰদূত, উৰ্দু সাহিত্যৰ অৱসৰ প্ৰাপ্ত অধ্যাপক |
জনা যায় | কাকতত লিখা ব্যংগ লেখা |
সন্তান | য়াছিৰ পীৰজাদা,[3] পীৰজাদা মুহম্মদ আলি ওচমান কাচ্মি |
বন্ধ কৰক