![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/9/9e/Kashmiri_Dum_aloo.jpeg/640px-Kashmiri_Dum_aloo.jpeg&w=640&q=50)
আলুৰ দম
From Wikipedia, the free encyclopedia
আলুৰ দম বা দম আলু ( হিন্দী: दम आलू ) আলুৰ পৰা তৈয়াৰী এবিধ ব্যঞ্জন। ই ভাৰতৰ জম্মু আৰু কাশ্মীৰ ৰাজ্যৰ কাশ্মীৰ উপত্যকাৰ পৰম্পৰাগত কাশ্মীৰী পণ্ডিত সকলৰ খাদ্যৰ অংশ [1] [1] [2]। সাধাৰণতে সৰু আলুবোৰ প্ৰথমে ডিপ ফ্ৰাই কৰা হয়, তাৰ পিছত মছলাৰ সৈতে জোল কৰি অলপ সিজোৱা হয়। [3] পশ্চিম বঙ্গত এইবিধ খাদ্য সাধাৰণতে লুচিৰ লগত খোৱা হয় আৰু ইয়াক বাংলা ভাষাত "আলুৰ দম" বুলি জনা যায়।
ক্ষিপ্ৰ তথ্য প্ৰকাৰ, উৎপত্তিৰ স্থান ...
![]() | |
প্ৰকাৰ | মূল |
---|---|
উৎপত্তিৰ স্থান | ভাৰত |
অঞ্চল | জম্মু আৰু কাশ্মীৰ |
মুখ্য উপাদান | আলু |
বন্ধ কৰক