![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/f/f7/Ahmadfaraz1.jpg/640px-Ahmadfaraz1.jpg&w=640&q=50)
আহমদ ফৰাজ
পাকিস্তানী লেখক / From Wikipedia, the free encyclopedia
চৈয়দ আহমদ শ্বাহ (উৰ্দু: سید احمد شاہ; ১২ জানুৱাৰী ১৯৩১-২৫ আগষ্ট ২০০৮) তেওঁৰ পেন নেম অৰ্থাৎ কলম নাম আহমদ ফৰাজ ৰূপে জনপ্ৰিয়।[1][2][3] তেওঁ এগৰাকী পাকিস্তানী উৰ্দু কবি, চিত্ৰনাট্যকাৰ আৰু পাকিস্তান একাডেমী অৱ লেটাৰচ্ৰ প্ৰতিষ্ঠাপক মহানিৰ্দেশক (পিছত অধ্যক্ষ)।[4] তেওঁ ফৰাজ ছদ্মনামেৰে কবিতা লিখিছিল।[lower-alpha 1] তেওঁ দেশত চলা সামৰিক শাসন আৰু অভ্যুত্থানৰ সমালোচনা কৰিছিল আৰু সামৰিক স্বৈৰশাসকৰ দ্বাৰা স্থানচ্যুত হৈছিল।[5]
ক্ষিপ্ৰ তথ্য আহমদ ফৰাজ, জন্ম ...
আহমদ ফৰাজ | |
---|---|
![]() ২০০৫ চনত টৰণ্টোত আহমদ ফৰাজ | |
জন্ম | চৈয়দ আহমদ শ্বাহ আলি ১২ জানুৱাৰী, ১৯৩১ ক’হাত, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ প্ৰভিন্স (১৯০১-১৯৫৫), ব্ৰিটিছ ভাৰত (বৰ্তমান পাকিস্তান) |
মৃত্যু | ২৫ আগষ্ট, ২০০৮ (৭৭ বছৰ) ইছলামাবাদ, ইছলামাবাদ ৰাজধানী অঞ্চল, পাকিস্তান |
ছদ্মনাম | ফৰাজ নষ্টালিক |
পেচা | উৰ্দু কবি, অধ্যাপক |
ৰাষ্ট্ৰীয়তা | পাকিস্তানী |
নাগৰিকত্ব | পাকিস্তানী |
শিক্ষা | উৰ্দু সাহিত্য স্নাতকোত্তৰ পাৰ্ছিয়ান লিটাৰেচাৰ স্নাতকোত্তৰ |
মাতৃশিক্ষায়তন | এডৱাৰ্ডচ্ কলেজ, পেশৱাৰ বিশ্ববিদ্যালয় |
সময় | ১৯৫০-২০০৮ |
ধৰণ | উৰ্দু গজল |
বিষয় | প্ৰেম, ৰাজনীতি, প্ৰতিৰোধ |
সাহিত্যিক বিপ্লৱ | গণতান্ত্ৰিক আন্দোলন (ডেমক্ৰেটিক মুভমেণ্ট) |
উল্লেখযোগ্য বঁটা | চিতাৰা-এ-ইমতিয়াজ হিলাল-এ-ইমতিয়াজ হিলাল-এ-পাকিস্তান নিগাৰ এৱাৰ্ড |
সন্তান | চাদি, শিবলি ফৰাজ, শৰমাদ ফৰাজ |
বন্ধ কৰক