কপালকুণ্ডলা
From Wikipedia, the free encyclopedia
কপালকুণ্ডলা ১৮৬৬ চনত প্ৰকাশিত এটি বঙালী ভাষাৰ উপন্যাস।[1] সাহিত্য সম্ৰাট বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায় ইয়াৰ ৰচিয়তা। কপালকুণ্ডলাক বঙালী সাহিত্যত সাৰ্থক প্ৰেমৰ প্ৰথম উপন্যাস হিচাপে ইয়াক আখ্যা দিয়া হৈছে। কপালকুণ্ডলা বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়দেৱ ৰচিত দ্বিতীয়খন উপন্যাস
ক্ষিপ্ৰ তথ্য কপালকুণ্ডলা, লেখক ...
কপালকুণ্ডলা | |
---|---|
লেখক | বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায় |
দেশ | ব্ৰিটিছ ভাৰত |
ভাষা | বঙালী ভাষা |
প্ৰকাৰ | উপন্যাস |
প্ৰকাশ | ১৮৬৬ |
মিডিয়া প্ৰকাৰ | মুদ্ৰণ |
বন্ধ কৰক