কাশ্মিৰী ভাষা
ভাৰত আৰু পাকিস্তানত প্ৰচলিত এটি ভাষা / From Wikipedia, the free encyclopedia
কাশ্মিৰী ভাষা ভাৰত আৰু পাকিস্তানত প্ৰচলিত এটি ভাষা। ভাৰতৰ জম্মু আৰু কাশ্মীৰত আৰু পাকিস্তানৰ আজাদ কাশ্মীৰত এই ভাষা প্ৰচলিত। ৭১ লাখ মানুহে এই ভাষা ব্যৱহাৰ কৰে। এই ভাষাৰ আন এটা নাম কঁশুৰ। পাৰ্চি আৰু দেৱনাগৰী লিপিৰে এই ভাষা লিখা হয়।
ক্ষিপ্ৰ তথ্য Kashmiri, উচ্চাৰণ ...
Kashmiri | |
---|---|
कॉशुर Koshur كٲشُر | |
The word "Koshur" in Perso-Arabic script, Sharada script and Devanagari script | |
উচ্চাৰণ | [kəːʃur] |
থলুৱা অঞ্চল | Jammu and Kashmir (India) Azad Kashmir |
অঞ্চল | Kashmir valley |
স্থানীয় ভাষিক |
সাঁচ:Sigfig million (2011 census)e18 |
ভাষা পৰিয়াল |
Indo-European
|
উপভাষা | *Kashtawari (standard)
|
লিখন প্ৰণালী | Perso-Arabic script (contemporary),[1] Devanagari script (contemporary),[1] Sharada script (ancient/liturgical)[1] |
আধিকাৰিক স্থিতি | |
আধিকাৰিক ভাষা |
ভাৰত[2] |
ভাষা সংকেত | |
ISO 639-1 | ks |
ISO 639-2 | kas |
ISO 639-3 | kas |
গ্লোটোলগ | kash1277 [3] |
এই প্ৰবন্ধত IPA-ৰ ধ্বনি চিহ্নসমূহ আছে। কোনো সঠিক সহায় নললে আপুনি ধ্বনি চিহ্নসমূহৰ সলনি প্ৰশ্নবোধক চিন বা বাকচ বা আন চিহ্ন দেখা পাব পাৰে। |
বন্ধ কৰক