কোছাৰী নৃত্য
এছিয়াৰ সংস্কৃতি / From Wikipedia, the free encyclopedia
কোছাৰী(ইংৰাজী: Kochari) আৰ্মেনিয়াৰ উচ্চভূমিৰ এবিধ লোকনৃত্য৷ আজিকালি এই নৃত্য আৰ্মেনিয়ানসকলে পৰিৱেশন কৰে৷[1][2][3] আনহাতে, ইয়াৰ বিভিন্ন ৰূপ এছিৰিয়ান,[4]আজাৰবাইজান,[5] কুৰ্দ আৰু পণ্টিক গ্ৰীকসকলে পৰিৱেশন কৰে৷[6]ই এবিধ বৃত্ত নৃত্য৷ আৰ্মেনিয়াৰ উচ্চভূমি অঞ্চলৰ প্ৰতিটো অংশৰে অনন্য নৃত্য আৰু সংগীত সম্বলিত নিজস্ব ’কোছাৰী’ আছিল৷[7]
ক্ষিপ্ৰ তথ্য কোছাৰী, দেশ ...
কোছাৰী | |
---|---|
ইউনেস্কো অস্পৰ্শনীয় সাংস্কৃতিক ঐতিহ্য | |
দেশ | আৰ্মেনিয়া |
ক্ষেত্ৰ | লোকনৃত্য |
প্ৰসংগ | ১২৯৫ |
অঞ্চল | ইউৰোপ আৰু উত্তৰ আমেৰিকা |
শিলালিপিৰ ইতিহাস | |
শিলালিপি | ২০১৭ (12th session) |
বন্ধ কৰক