মাছৰ প্রজাতি From Wikipedia, the free encyclopedia
গেদগেদী মাছ | |
---|---|
অসমত ধৰা এটা গেদগেদী মাছ | |
সংৰক্ষণ স্থিতি | |
বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
Unrecognized taxon (ঠিক কৰক): | Nandus |
প্ৰজাতি: | N. nandus |
দ্বৈৰাশিক নামকৰণ | |
Nandus nandus (Hamilton, 1822) | |
সমাৰ্থক[2] | |
|
গেদগেদী বা মাটি কাৱৈ (বৈজ্ঞানিক নাম: Nandus nandus), (ইংৰাজী: Gangetic leaffish) হৈছে দক্ষিণ এছিয়া আৰু ইণ্ডোচাইনাৰ স্থানীয় মাছৰ এবিধ প্ৰজাতি। পুখুৰী, হ্ৰদ, খাল, প্লাৱিত অঞ্চল আদিকে ধৰি ধীৰ গতিৰ বা স্থবিৰ হৈ থকা পানীত ইহঁতক সাধাৰণতে দেখা যায়। এই প্ৰজাতিৰ আন সাধাৰণ নামসমূহ হ'ল মোটল্ড নন্দুছ (ইংৰাজী: Mottled nandus) আৰু মাড পাৰ্চ (ইংৰাজী: Mud perch)। এই মাছবিধ বাণিজ্যিকভাৱে গুৰুত্বপূৰ্ণ আৰু খাদ্য হিচাপে ইয়াৰ মূল্য অতিশয় বেছি। একুৰিয়ামৰ ব্যৱসায়ৰ বাবেও গেদগেদী মাছ ধৰা হয়।[1][3]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.