From Wikipedia, the free encyclopedia
গোবৰ (ৰাজত্ব ১৬৭৫-১৬৭৫) প্ৰায় তিনি সপ্তাহৰ বাবে আহোম ৰাজ্যৰ ৰজা আছিল। আহোম ৰাজবংশত তুংখুঙীয়া ফৈদৰ তেওঁ প্ৰথম ৰজা আছিল। তেওঁৰ পুত্ৰই পাছলৈ গদাধৰ সিংহ নামেৰে স্বৰ্গদেউ হৈছিল। আহোম ৰাজধানী গড়গাঁৱৰ এজন শক্তিশালী বিষয়া ডেবেৰা বৰবৰুৱাই তেওঁক সিংহাসনত অধিষ্ঠিত কৰাইছিল। গোবৰেই ডেবেৰাই পতা অন্তিম ৰজা আছিল। ইয়াৰ পাছত আতন বুঢ়গোহাঁইৰ নেতৃত্বত শৰাইঘাটীয়া আহোম বিষয়াসকলে তেওঁলোকক ক্ষমতাচ্যুত কৰি মৃত্যুদণ্ড বিহে।
এইটো এটা অনূদিত বা অনুবাদ চলি থকা প্ৰবন্ধ। ইয়াৰ তাৎপৰ্য্য কেইবাটাও হ'ব পাৰে। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
ওপৰত দিয়াৰ দৰে বিভিন্ন কাৰণত অনুবাদ প্ৰবন্ধ এটা দেখাত আপচু বা চুটি দেখা যাব পাৰে। লগতে প্ৰবন্ধত সম্পূৰ্ণ তথ্য নাথাকিবও পাৰে। আধৰুৱা তথ্য ক্ষতিকাৰক হ'ব পাৰে। সেয়ে এনে প্ৰবন্ধ পঢ়োঁতে পঢ়ুৱৈক নিজৰ বিবেক ব্যৱহাৰ কৰি প্ৰয়োজন হ'লে আমাৰ ৱিকিপিডিয়াতে ক্ষান্ত নাথাকি মূল প্ৰবন্ধটোও বিচাৰি পঢ়ি ল'বলৈ অনুৰোধ কৰা হ'ল। লগতে অনুবাদকসকলকো সাবধান হ'বলৈ অনুৰোধ কৰা হ'ল। |
|
গোবৰ সাৰঙ্গ গোহাইৰ পুতেক, এই সাৰঙ্গ গোহাই আছিল চুহুঙমুঙৰ তৃতীয় পুতেকৰ পুতেক । তেওঁৰ ককাক চুতেং নামৰূপীয়া ৰজা আছিল আহোম ৰাজবংশৰ তুংখুঙিয়া ফৈদৰ প্ৰতিষ্ঠাতা, যিটো ফৈদৰ শাসনকৰ্তাই আহোমৰ অন্তিম পৰ্যায়লৈ শাসন কৰিছিল ।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.