মাছৰ প্রজাতি From Wikipedia, the free encyclopedia
চেনীপুঠি (ইংৰাজী: olive barb, বৈজ্ঞানিক নাম: Systomus sarana) হৈছে চাইপ্ৰিনীড জাতিৰ এবিধ মাছ। এই মাছবিধ থলুৱাভাৱে আফগানিস্তান, ভাৰত, নেপাল, বাংলাদেশ, পাকিস্তান, ভূটান, শ্ৰীলংকা, থাইলেণ্ড আৰু ম্যানমাৰত পোৱা যায়। একোটা চেনীপুঠি ফিছালৈকে ৪২ চে:মি: (১৭ ইঞ্চি) পৰ্যন্ত দীঘল হ'ব পাৰে। বাণিজ্যিক মীনপালন ক্ষেত্ৰসমূহত ইয়াৰ গুৰুত্ব কম আৰু ইয়াক জাল, বৰশী আদিৰে ধৰা হয়। বাংলাদেশত মাছবিধ জনপ্ৰিয় যদিও একুৱাৰিয়ামৰ ব্যৱসায়ত ই জনপ্ৰিয় নহয়।[2]
চেনীপুঠি | |
---|---|
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Actinopterygii |
বৰ্গ: | Cypriniformes |
পৰিয়াল: | Cyprinidae |
উপপৰিয়াল: | Barbinae |
গণ: | Systomus |
প্ৰজাতি: | S. sarana |
বৈজ্ঞানিক নাম | |
Systomus sarana (এফ হেমিল্টন, ১৮২২) | |
সমাৰ্থক | |
Cyprinus sarana Hamilton, 1822 |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.