জেতুকা
সাময়িক ছালৰ সজ্জা / From Wikipedia, the free encyclopedia
জেতুকা শব্দৰ দুটা অৰ্থ আছে। এক হৈছে জেতুকা গছ এবিধ জোপোহা গছ, অন্যটো জেতুকা ৰং: এই গছৰ পাত খুন্দি হাতৰ তলুৱাত লগালে, কমলা-ৰঙা ৰঙৰ বোল উঠে। জেতুকাক ইংৰাজীত 'হেনা' বুলি কোৱা হয়। হেনা শব্দটো মূলতঃ আৰৱী শব্দৰ পৰা আহিছে। জেতুকাৰ বৈজ্ঞানিক নাম হৈছে Lawsonia inermis[1]) বৰ্গ- মিৰটেলছ (Myrtales), গোত্ৰ-লিথ্ৰেচি (Lythraceae), জাতি- লউছনিয়া (Lawsonia), আৰু প্ৰজাতি- ইনাৰমিচ (I. inermis)।[2]