তিতাফুল
From Wikipedia, the free encyclopedia
তিতাফুল হৈছে এবিধ সপুষ্পক উদ্ভিদ। ইয়াৰ অন্য নাম বাহক (ৰঙা)। ওখ প্ৰায় ১০-১২ ফুট মান হয়। পাত ডাঙৰ আৰু আগবোৰ জোঙা, জানুৱাৰী-ফেব্ৰুৱাৰী মাহত ফুল ফুলে। ফুলৰ সোৱাদ তিতা।
এই ফুলৰ বিষয়ে লিখা প্ৰবন্ধটো এটা পোখালি, আপুনিও ৱিকিপিডিয়াক এইটো বিস্তাৰ কৰি সহায় কৰিব পাৰে। |
ক্ষিপ্ৰ তথ্য ফ্ল’গাকেণ্ঠাছ পিউবিনাৰ্ভিয়াছ (তিতাফুল), জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন ...
ফ্ল’গাকেণ্ঠাছ পিউবিনাৰ্ভিয়াছ (তিতাফুল) | |
---|---|
তিতাফুল গছৰ ফুল | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Plantae |
বিভাগ: | Magnoliophyta |
বৰ্গ: | Lamiales |
পৰিয়াল: | Acanthaceae |
গণ: | Phlogacanthus |
প্ৰজাতি: | P. curviflorus |
বৈজ্ঞানিক নাম | |
Phlogacanthus pubinervius T.Anderson, 1867 | |
সমাৰ্থক | |
|
বন্ধ কৰক