![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/7/7d/KotwalDhanSinghGurjarMeerut.jpg/640px-KotwalDhanSinghGurjarMeerut.jpg&w=640&q=50)
ধন সিং গুৰ্জাৰ
From Wikipedia, the free encyclopedia
ধন সিং গুৰ্জাৰ (ইংৰাজী: Dhan Singh Gurjar) যাক ধুন্না সিং বুলিও জনা যায়, তেওঁ মীৰাটৰ ভাৰতীয় কোতৱাল (আৰক্ষী প্ৰধান) আছিল। তেওঁ ১৮৫৭ চনৰ বিদ্ৰোহত অংশগ্ৰহণ কৰিছিল আৰু মীৰাটত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে প্ৰাৰম্ভিক পদক্ষেপৰ নেতৃত্ব দিছিল।[1][2] তেওঁক ১৮৫৭ চনৰ বিপ্লৱৰ প্ৰৱৰ্তক হিচাপে জনা যায়।[3]
্
ক্ষিপ্ৰ তথ্য ধন সিং গুৰ্জাৰ, জন্ম ...
ধন সিং গুৰ্জাৰ | |
---|---|
![]() মীৰাটত থকা ধন সিং গুৰ্জাৰৰ এটি মূৰ্তি | |
জন্ম | পঞ্চলী বা পাঞ্চালী, মীৰাট, ইষ্ট ইণ্ডিয়া কোম্পানী |
মৃত্যু | ৪ জুলাই, ১৮৫৭ মীৰাট, ব্ৰিটিছ ভাৰত |
ৰাজনৈতিক আন্দোলন | ভাৰতৰ স্বাধীনতা আন্দোলন |
বন্ধ কৰক