ধনতেৰাচ
From Wikipedia, the free encyclopedia
ধনতেৰাচ (ইংৰাজী: Dhanteras) হ'ল হিন্দু সকলৰ উৎসৱ। এই উৎসৱত দীপান্বিতাৰ প্ৰাক্ মুহূৰ্তত গণেশ আৰু লক্ষ্মী দেৱীক একেলগে উপবাস-উপাসনাৰে পূজা অৰ্চনা কৰা হয়, আৰু ধন-সোণ আনি ঘৰত স্থাপন কৰা হয়। এই উৎসৱ মূলত উত্তৰ ভাৰতীয়। এই উৎসৱত সোণ বা তেনে কোনো মূল্যবান ধাতু ক্ৰয় কৰা হয়। যাতে গোটেই বছৰজুৰি ঘৰত বা ব্যৱসায়ত লক্ষ্মী থাকে।
এই উৎসৱ বিষয়ক চমু প্ৰবন্ধটোক বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব। |
ক্ষিপ্ৰ তথ্য ধন ত্ৰয়োদশী, পালন কৰে ...
পালন কৰে | হিন্দু |
---|---|
প্ৰকাৰ | ধাৰ্মিক, ভাৰত আৰু নেপাল |
মহত্ব | ধন্বন্তৰিৰ পূজা |
তাৰিখ | কৃষ্ণ পক্ষৰ ত্ৰয়োদশীত |
আচাৰ | মূল্যবান ধাতু ক্ৰয় কৰা হয় |
সংঘটন | বাৰ্ষিক |
বন্ধ কৰক