নলবাৰী জিলা
ভাৰতৰ অসম ৰাজ্যৰ এখন জিলা / From Wikipedia, the free encyclopedia
এই প্ৰবন্ধটো নলবাৰী জিলাৰ বিষয়ে। নলবাৰী জিলাৰ সদৰৰ বাবে নলবাৰী চাওক।
নলবাৰী (ইংৰাজী: Nalbari) অসমৰ এখন প্ৰশাসনিক জিলা। পূৰ্বতে কামৰূপ জিলাৰ মহকুমা হিচাপে চিহ্নিত নলবাৰীক ১৯৮৫ চনত জিলা হিচাপে ঘোষণা কৰা হয়।
ক্ষিপ্ৰ তথ্য নলবাৰী জিলা, দেশ ...
নলবাৰী জিলা | |
---|---|
— জিলা — | |
অসমৰ মানচিত্ৰত নলবাৰী জিলাৰ অৱস্থান | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
সদৰ | নলবাৰী |
মাটিকালি | |
- মুঠ | ৯৯৯.৯০ কি.মি.২ (৩৮৬.১ বৰ্গ মাইল) |
জনসংখ্যা (২০১১) | |
- মুঠ | ৭,৭১,৬৩৯ জন |
সময় অঞ্চল | ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30) |
ৱেবছাইট | www.nalbari.nic.in |
বন্ধ কৰক