![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/c/c9/Panch-phoron.jpg/640px-Panch-phoron.jpg&w=640&q=50)
পাঁচ ফোৰণ
এক প্ৰকাৰৰ মিশ্ৰণ মছলা / From Wikipedia, the free encyclopedia
পাঁচ ফোৰণ হৈছে এক গোটা মছলা মিশ্ৰণ, ই পূব ভাৰতৰ, মুখ্যতঃ উৰিষ্যা, পশ্চিমবঙ্গ, বিহাৰ আৰু উত্তৰ-পূব ভাৰতত সৃষ্টি হোৱা। এই অঞ্চলসমূহৰ ৰন্ধনপ্ৰণালীত আৰু লগতে নেপাল আৰু বাংলাদেশৰ ৰন্ধনপ্ৰণালীতো ইয়াক ব্যৱহাৰ কৰা হয়। নামটোৰ আক্ষৰিক অৰ্থ হৈছে "পাঁচ বিধ মছলা"; বঙালী (পাঁচ ফোড়ন), ওড়িয়া (ପଞ୍ଚୁ ଫୁଟଣ, পাঞ্চু ফুৰাণ), নেপালী (পাদকাউনে মছলা)।
ক্ষিপ্ৰ তথ্য প্ৰকাৰ, অঞ্চল ...
![]() পাঁচ ফোৰণ | |
প্ৰকাৰ | মছলাৰ মিশ্ৰণ |
---|---|
অঞ্চল | পূব ভাৰত আৰু বাংলাদেশ |
মুখ্য উপাদান | মেথি গুটি, ক’লা জীৰা বা কাল জীৰা, জীৰা, চফ, আৰু ক’লা সৰিয়হ |
আন উপাদান | ৰাধুনি |
অনুৰূপ ব্যঞ্জন | পাঁচবিধ চীনা মছলা গুড়ি |
বন্ধ কৰক
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/c/cc/Pancha-Phutana.jpg/640px-Pancha-Phutana.jpg)
পাঁচ ফোৰণৰ অন্তৰ্ভুক্ত আটাইকেইবিধ মছলাই একো একোবিধ বীজ। এই বীজসমূহৰ ভিতৰত আছে: