![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/5/5d/Paro%252C_Bhutan_%252849701727588%2529.jpg/640px-Paro%252C_Bhutan_%252849701727588%2529.jpg&w=640&q=50)
পাৰো (ভূটান)
From Wikipedia, the free encyclopedia
পাৰো(ইংৰাজী: Paro) (জোংখা: སྤ་རོ་) ভূটানৰ পাৰো উপত্যকাৰ পাৰো জিলাৰ এখন মুখ্য চহৰ।[1] পাৰো সমগ্ৰ অঞ্চলটোত সিঁচৰতি হৈ থকা বহুতো পৱিত্ৰ স্থান আৰু ঐতিহাসিক অট্টালিকা সমৃদ্ধ এখন ঐতিহাসিক চহৰ। ইয়াৰ উপৰিও ইয়াত ভূটানৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ পাৰো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ইয়াতে আছে। পাৰো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ড্ৰুকাইৰে যাত্ৰীক সেৱা আগবঢ়োৱা হয়।
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/5/5d/Paro%2C_Bhutan_%2849701727588%29.jpg/640px-Paro%2C_Bhutan_%2849701727588%29.jpg)