From Wikipedia, the free encyclopedia
পুৰুষত্ব (ইংৰাজী: Masculinity) হৈছে ল'ৰা বা পুৰুষৰ ক্ষেত্ৰত প্ৰকাশ হোৱা বৈশিষ্ট্য, চৰিত্ৰ আৰু প্ৰৱণতাৰ এক সংহতি। পুৰুষত্ব সামাজিকভাৱে প্ৰকাশিত, কিন্তু সামাজিক আৰু জৈৱিক প্ৰভাৱৰ দ্বাৰা গঠিত হয়,[1][2][3] যদিও ই জীৱবিজ্ঞানৰ পুৰুষ লিংগতকৈ পৃথক।[4][5] পুৰুষ আৰু মহিলা দুয়োৰে ক্ষেত্ৰত পুৰুষত্বৰ লক্ষণ আৰু আচৰণ দেখা যায়। পুৰুষ আৰু নাৰী দুয়োটা চৰিত্ৰৰ প্ৰভাৱ থকাসকলক এণ্ড্ৰোজিনিয়াছ বুলি কোৱা হয়। নাৰীবাদী দাৰ্শনিকসকলে ভাবে যে লিংগৰ অস্পষ্টতাই লিংগৰ পাৰ্থক্য জটিল কৰিব পাৰে।[6][7]
এইটো এটা অনূদিত বা অনুবাদ চলি থকা প্ৰবন্ধ। ইয়াৰ তাৎপৰ্য্য কেইবাটাও হ'ব পাৰে। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
ওপৰত দিয়াৰ দৰে বিভিন্ন কাৰণত অনুবাদ প্ৰবন্ধ এটা দেখাত আপচু বা চুটি দেখা যাব পাৰে। লগতে প্ৰবন্ধত সম্পূৰ্ণ তথ্য নাথাকিবও পাৰে। আধৰুৱা তথ্য ক্ষতিকাৰক হ'ব পাৰে। সেয়ে এনে প্ৰবন্ধ পঢ়োঁতে পঢ়ুৱৈক নিজৰ বিবেক ব্যৱহাৰ কৰি প্ৰয়োজন হ'লে আমাৰ ৱিকিপিডিয়াতে ক্ষান্ত নাথাকি মূল প্ৰবন্ধটোও বিচাৰি পঢ়ি ল'বলৈ অনুৰোধ কৰা হ'ল। লগতে অনুবাদকসকলকো সাবধান হ'বলৈ অনুৰোধ কৰা হ'ল। |
সাহস, স্বাধীনতা, সংকল্প আদি হৈছে পুৰুষত্বৰ গুণ।[8][9][10] এই গুণবোৰ ঠাই ভেদে আৰু পৰিৱেশৰ পৰা পৃথক হ'ব পাৰে আৰু সামাজিক আৰু সাংস্কৃতিক সমস্যাৰ দ্বাৰা প্ৰভাৱিত হ'ব পাৰে।[11]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.