পেৰু
দক্ষিণ আমেৰিকাৰ এক সাৰ্বভৌম ৰাষ্ট্ৰ / From Wikipedia, the free encyclopedia
পেৰু, আনুষ্ঠানিকভাৱে ৰিপাব্লিক অৱ পেৰু দক্ষিণ আমেৰিকাৰ পশ্চিম অংশত অৱস্থিত এখন দেশ। ইয়াৰ উত্তৰে ইকুৱেডৰ আৰু কলম্বিয়া, পূবে ব্ৰাজিল, দক্ষিণ-পূবে বলিভিয়া, দক্ষিণে চিলি আৰু পশ্চিমে প্ৰশান্ত মহাসাগৰ। পেৰু এখন বিচিত্ৰ দেশ, যাৰ বাসস্থান পশ্চিমে প্ৰশান্ত মহাসাগৰীয় উপকূলীয় অঞ্চলৰ শুকান সমভূমিৰ পৰা আৰম্ভ কৰি এণ্ডিছ পৰ্বতৰ শিখৰলৈকে দেশখনৰ উত্তৰৰ পৰা দক্ষিণ-পূবলৈকে বিস্তৃত। প্ৰায় ৩.৩ কোটি জনসংখ্যাৰে পেৰু দক্ষিণ আমেৰিকাৰ চতুৰ্থ জনবহুল দেশ। ইয়াৰ ৰাজধানী হৈছে লিমা।
ক্ষিপ্ৰ তথ্য ৰিপাব্লিক অৱ পেৰুRepública del Perú, ৰাষ্ট্ৰভাষা (সমূহ) ...
ৰিপাব্লিক অৱ পেৰু República del Perú
|
||||||
---|---|---|---|---|---|---|
নীতিবাক্য "Firme y feliz por la unión" (Spanish) "সংঘৰ বাবে দৃঢ় আৰু সুখী" |
||||||
ৰাষ্ট্ৰীয় সঙ্গীত "Himno Nacional del Perú" (Spanish) "পেৰুৰ ৰাষ্ট্ৰীয় সংগীত" |
||||||
পেৰুৰ অৱস্থান (dark green) South Americaৰ মেপত (dark grey) |
||||||
ৰাজধানী (আৰু বৃহত্তম নগৰ) | লিমা | |||||
ৰাষ্ট্ৰভাষা (সমূহ) | Spanish | |||||
Co-official languages |
|
|||||
জনগোষ্ঠীসমূহ |
|
|||||
চৰকাৰ | একক ৰাষ্ট্ৰপতি প্ৰতিনিধি গণতান্ত্ৰিক গণৰাজ্য | |||||
- | ৰাষ্ট্ৰপতি | পেড্ৰ' কাষ্টিলো | ||||
- | প্ৰধানমন্ত্ৰী | গুইডো বেলিডো | ||||
স্বাধীনতা | ||||||
- | স্পেইনৰ পৰা স্বাধীনতা | ১৮২১ চনৰ ২৮ জুলাই | ||||
- | স্বীকৃতিপ্ৰাপ্ত | ১৮৭৯ চনৰ ১৪ আগষ্ট | ||||
মাটিকালি | ||||||
- | মুঠ | ৪,৯৬,০৯৩ বৰ্গ কিমি (19th) ১,৯১,৯৭৩ বৰ্গ মাইল |
||||
- | জলভাগ (%) | ০.৪১% | ||||
জনসংখ্যা | ||||||
- | 2023 আনুমানিক | ৩,৪৩,৫২,৭১৯ (৪৫th) | ||||
জিডিপি (পিপিপি) | 2022 আনুমানিক | |||||
- | মুঠ | $513.715 billion[1] (47th) | ||||
- | জনমুৰি | $15,035[1] (96th) | ||||
জিডিপি (নামমাত্ৰ) | 2022 আনুমানিক | |||||
- | মুঠ | $240.346 billion[1] (52nd) | ||||
- | জনমুৰি | $7,034[1] (94th) | ||||
জিনি সহগ? (2019) | ৪১.৫ | |||||
মানৱ উন্নয়ন সূচক (2021) | 0.762 (৮৪তম) | |||||
মুদ্ৰা | Peruvian sol (PEN ) |
|||||
সময় অঞ্চল | PET (ইউটিচি-৫ ঘণ্টা) | |||||
তাৰিখ বিন্যাস | dd/mm/yyyy (CE) | |||||
গাড়ী চলোৱা হয় | সোঁফালে | |||||
ISO 3166 code | PE | |||||
ইণ্টাৰনেট টিএলডি | .pe | |||||
কলিং ক'ড | +৫১ |
বন্ধ কৰক