From Wikipedia, the free encyclopedia
প্ৰদান বৰুৱা অসমৰ পৰা নিৰ্বাচিত লোকসভাৰ সদস্য। ২০১৬ চনৰ নৱেম্বৰত হোৱা লোকসভা নিৰ্বাচনত লখিমপুৰ সংসদীয় সমষ্টিৰ পৰা তেওঁ নিৰ্বাচিত হৈছিল।[1]
প্ৰদান বৰুৱা | |
---|---|
লোকসভাৰ সদস্য | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ২২ নৱেম্বৰ ২০১৬ | |
পূৰ্বসূৰী | সৰ্বানন্দ সোণোৱাল |
সমষ্টি | লখিমপুৰ |
বিধানসভাৰ সদস্য ধেমাজি | |
কাৰ্যকাল ১৯ মে’ ২০১৬ – ২২ নৱেম্বৰ ২০১৬ | |
পূৰ্বসূৰী | সুমিত্ৰা পাতিৰ |
উত্তৰসূৰী | ডাঃ ৰনোজ পেগু |
ব্যক্তিগত তথ্য | |
জন্ম | ৩০ এপ্ৰিল, ১৯৬৫ (৫৯ বছৰ) চিলাপথাৰ, ধেমাজি, অসম |
ৰাজনৈতিক দল | ভাৰতীয় জনতা পাৰ্টি |
দাম্পত্যসঙ্গী | অৰুণিমা বৰুৱা |
সন্তান | ২ |
বাসস্থান | ধেমাজি |
পেচা | সমাজকৰ্মী ৰাজনীতিবিদ |
১২ ডিচেম্বৰ, ২০১৬-ৰ তথ্য |
ইয়াৰ পূৰ্বে তেওঁ ধেমাজি জিলাৰ ধেমাজি বিধানসভা সমষ্টি (নং ১১৩)ৰ পৰা অসম বিধানসভাৰ সদস্য আছিল৷ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হোৱাৰ পূৰ্বে বৰুৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য আছিল।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.