বকুল
From Wikipedia, the free encyclopedia
From Wikipedia, the free encyclopedia
বকুল (বৈজ্ঞানিক নাম:Mimusops elengi) হৈছে মিনাছপ্স্ (Minasops) প্ৰজাতিৰ ই ফুল। এছিয়া আৰু প্ৰশান্ত মহাসাগৰ তীৰবৰ্তী এলেকাৰ ভাৰত, বাংলাদেশ, শ্ৰীলঙ্কা, বাৰ্মা, ইন্দো-চীন, থাইলেণ্ড, আন্দামান দ্বীপপুঞ্জ এলেকা জুৰি এই গছ দেখা পোৱা যায়। তবে, মালয়েছিয়া, ছলোমন দ্বীপপুঞ্জ, নিউ কেলিডোনিয়া (ফ্ৰান্স), ভানুয়াটু, আৰু উত্তৰ অস্ট্ৰেলিয়াত এই গছৰ খেতি কৰা হয়। [1]
বকুল | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
বিভাগ: | Magnoliophyta |
শ্ৰেণী: | Magnoliopsida |
বৰ্গ: | Ericales |
পৰিয়াল: | Sapotaceae |
গণ: | Mimusops |
প্ৰজাতি: | M. elengi L. |
বৈজ্ঞানিক নাম | |
Mimusops elengi L. |
বাংলাত বকুল ফুলৰ বাবে পৰিচিত এই গছ। বকুলৰ অন্যান্য ব্যৱহাৰ বাংলাত তেনেকৈ নাই। ই অতি পৰিচিত ফুল। বাংলাদেশৰ প্ৰায় সকলো ঠাইতে ইয়াৰ গছ পোৱা যায়। বাগিচাত ছাঁ পোৱাৰ বাবে সাধাৰনতে বকুল গছ লগোৱা হয়।
ই মধ্যমীয়া আকাৰৰ গছ আৰু ইয়াৰ পাত বোৰ ঢউ খেলোৱা। ফুল বোৰো খুব সৰু হয়। ফুল বোৰ দেখিবলৈ সৰু সৰু তৰাৰ দৰে। বকুল ফুলৰ সুবাসত থাকে মিঠা গন্ধ। ফুল শুকাই গলেও ইয়াৰ সুবাস বহুদিন লৈকে থাকে।
বকুল ফুল, ফল, পকা ফল, পাত, গছৰ ছাল, কাণ্ড, কাঠ সকলো কিছু কামত লাগে। বিভিন্ন দেশত বিভিন্ন ভাবে ইয়াৰ ব্যৱহাৰ কৰা হয়।
বৈজ্ঞানিক নাম: Mimusops elengi পৰিয়ালৰ নাম: Sapotaceae
প্ৰচলিত নাম : Bullet-wood Tree, Indian Medaller
এলেকা ভিত্তিক নাম:[2]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.