বান (চলচ্চিত্ৰ)
অসমীয়া চলচ্চিত্ৰ (১৯৮৬) / From Wikipedia, the free encyclopedia
এই প্ৰবন্ধটো চাৰু কমল হাজৰিকা পৰিচালিত অসমীয়া চলচ্চিত্ৰখনৰ বিষয়ে। বাঢ়নী পানীয়ে সৃষ্টি কৰা বানৰ বাবে বানপানী চাওক।
বান (ইংৰাজী: Baan) ১৯৮৬ চনৰ এখন অসমীয়া ছবি। পৰিচালনা চাৰু কমল হাজৰিকাৰ। প্ৰযোজনা ডো-ৰে-মি ফিল্মছৰ। সঙ্গীত পৰিচালনা কৰিছে নয়নে। শব্দগ্ৰহণ সতীশ চৌহানৰ। মুখ্য ভূমিকাত আছে পূৰ্ণিমা পাঠক শইকীয়া, চন্দ্ৰ নাৰায়ণ বৰুৱা।[1]