ভাৰত মাতা
ভাৰতক মাতৃদেৱী হিচাপে গণ্য কৰা ৰূপ / From Wikipedia, the free encyclopedia
ভাৰত মাতা বা ভাৰতাম্বা হৈছে ভাৰতক মাতৃদেৱী হিচাপে গণ্য কৰা ৰূপ।[1] তেওঁক দেৱী হিচাপে পূজা কৰা হয়। তেওঁক সাধাৰণতে গেৰুৱা শাৰী পৰিহিত হাতত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা লৈ থকা ৰূপত কল্পনা কৰা হয়। কিছুমান ৰূপত তেওঁৰ বাহন হিচাপে সাহস আৰু বিক্ৰমৰ প্ৰতীক সিংহ থাকে।[2] কিছুমানে ভাৰত মাতাক দুৰ্গা, লক্ষ্মী, সৰস্বতীৰ ৰূপ হিচাপে গণ্য কৰে।