ভৃগু কুমাৰ ফুকন
From Wikipedia, the free encyclopedia
ভৃগু কুমাৰ ফুকন (ইংৰাজী: Bhrigu kumar Phukan) এজন জাতীয়তাবাদী নেতা তথা অসমৰ প্ৰাক্তন গৃহমন্ত্ৰী আছিল। তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আৰু অসম আন্দোলনৰ এজন গুৰি ধৰোঁতা আছিল। অসম চুক্তি স্বাক্ষৰকাৰী চাৰিজন ব্যক্তিৰ মাজৰ ভৃগু কুমাৰ ফুকনো এজন।
ক্ষিপ্ৰ তথ্য ভৃগু কুমাৰ ফুকন, সমষ্টি ...
ভৃগু কুমাৰ ফুকন | |
---|---|
কাৰ্যকাল ১৯৮৫-১৯৯০, ১৯৯০-১৯৯৫ আৰু ১৯৯৫-২০০০ | |
সমষ্টি | জালুকবাৰী |
ব্যক্তিগত তথ্য | |
জন্ম | ২৫ এপ্ৰিল, ১৯৫৬ শিৱসাগৰ, অসম |
মৃত্যু | ২০ মাৰ্চ, ২০০৬ নতুন দিল্লী |
ৰাজনৈতিক দল | অসম গণ পৰিষদ |
পেচা | ৰাজনীতিবিদ |
বন্ধ কৰক