মণিপুৰ উচ্চ ন্যায়ালয়
From Wikipedia, the free encyclopedia
মণিপুৰ উচ্চ ন্যায়ালয় হৈছে ভাৰতৰ মণিপুৰ ৰাজ্যৰ উচ্চ ন্যায়ালয়।[1] ভাৰতৰ সংবিধান আৰু উত্তৰ-পূব অঞ্চল (পুনৰ সংগঠন) আইন, ১৯৭১ত উপযুক্ত সংশোধন কৰি, ২০১৩ চনৰ ২৫ মাৰ্চত প্ৰতিষ্ঠা কৰা হয়।উচ্চ ন্যায়ালয়ৰ আসন মণিপুৰৰ ৰাজধানী ইম্ফলত। প্ৰথম মুখ্য ন্যায়াধীশ ন্যায়াধীশ অভয় মনোহৰ সপ্ৰে। ইয়াৰ পূৰ্বে গৌহাটী উচ্চ ন্যায়ালয়ৰ এখন বিচাৰপীঠৰ অধিকাৰ মণিপুৰ ৰাজ্যৰ ওপৰত আছিল।
![]() | অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
ক্ষিপ্ৰ তথ্য মণিপুৰ উচ্চ ন্যায়ালয়, প্ৰতিষ্ঠা ...
মণিপুৰ উচ্চ ন্যায়ালয় | |
---|---|
প্ৰতিষ্ঠা | ২৫ মাৰ্চ ২০১৩; ১০ বছৰ আগত (2013-03-25) |
ক্ষেত্ৰাধিকাৰ | ![]() |
অৱস্থান | ইম্ফল, মণিপুৰ |
গঠন | Presidential with confirmation of ভাৰতৰ মূখ্য ন্যায়ধীশ আৰু Governor of respective state. |
প্ৰাধিকাৰক | Constitution of India |
সিদ্ধান্তসমূহ আপীল কৰা হয় | ভাৰতৰ উচ্চতম ন্যায়ালয় |
বিচাৰকৰ কৰ্মকাল | Mandatory Retirement by age of 62 |
পদৰ সংখ্যা | ৪ |
ৱেবছাইট | hcmimphal.nic.in |
বৰ্তমান | Siddharth Mridul |
কেতিয়াৰ পৰা | ২০ অক্টোবৰ ২০২৩ |
বন্ধ কৰক