From Wikipedia, the free encyclopedia
মেক্সিকো (স্পেনীছ: México), আনুষ্ঠানিকভাবে সম্পূৰ্ণ নাম মেক্সিকো যুক্তৰাজ্য (স্পেনীছ: Estados Unidos Mexicanos),[2][3][4][5] হৈছে উত্তৰ আমেৰিকাৰ দক্ষিণাঞ্চলৰ এখন দেশ। দেশখনৰ উত্তৰে আমেৰিকা যুক্তৰাষ্ট্ৰ, দক্ষিণ আৰু পশ্চিমে প্ৰশান্ত মহাসাগৰ, দক্ষিণ-পূব দিশত গুৱাটামালা, বেলিজ আৰু কেৰিবিয়ান সাগৰ, আৰু পূবে মেক্সিকো উপসাগৰ অৱস্থিত।[6] প্ৰায় ২০,০০,০০০ বৰ্গ কিলোমিটাৰ (৭,৭০,০০০ বৰ্গ মাইল) মাটিকালিৰে[5] মেক্সিকো হৈছে বৃহত্তৰ আমেৰিকা মহাদেশৰ পঞ্চম বৃহৎ ৰাষ্ট্ৰ আৰু পৃথিৱীৰ ভিতৰত ১৩তম বৃহৎ স্বাধীন ৰাষ্ট্ৰ। আনুমানিক প্ৰায় ১২.৯ কোটি জনসংখ্যাৰে[7] মেক্সিকো হৈছে পৃথিৱীৰ ভিতৰত দশম সৰ্বাধিক জনবহুল দেশ আৰু পৃথিৱীৰ ভিতৰত সৰ্বাধিক স্পেনীছ ভাষী লোকৰ দেশ। ইয়াৰ লগতে ব্ৰাজিলৰ পাছতে ই লেটিন আমেৰিকাৰ দ্বিতীয় সৰ্বাধিক জনবহুল দেশ।[7] মেক্সিকো এখন সংসদীয় সাংবিধানিক গণতন্ত্ৰ। ই ৩১খন ৰাজ্য আৰু এখন বিশেষ ৰাজধানী অঞ্চলেৰে গঠিত।[8]
মেক্সিকান যুক্তৰাজ্য Estados Unidos Mexicanos
|
||||||
---|---|---|---|---|---|---|
ৰাষ্ট্ৰীয় সঙ্গীত Himno Nacional Mexicano |
||||||
ৰাজধানী (আৰু বৃহত্তম নগৰ) | মেক্সিকো সিটি 19°03′N 99°22′W | |||||
ৰাষ্ট্ৰভাষা (সমূহ) | স্পেনিছ (কাৰ্যত)১ | |||||
জাতীয়তাসূচক বিশেষণ | মেক্সিকান | |||||
চৰকাৰ | ৰাষ্ট্ৰপতিশাসিত যুক্তৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ | |||||
- | ৰাষ্ট্ৰপতি | আন্দ্ৰেজ ম্যানুয়েল লোপেজ (PRI party) |
||||
স্বাধীনতা | স্পেনেৰ থেকে | |||||
- | ঘোষিত | ১৬ চেপ্তেম্বৰ ১৮১০ | ||||
- | স্বীকৃত | ২৭ চেপ্তেম্বৰ ১৮২১ | ||||
মাটিকালি | ||||||
- | মুঠ | ১৯,৭২,৫৫০ বৰ্গ কিমি (১৫তম) ৭,৬১,৬০৬ বৰ্গ মাইল |
||||
- | জলভাগ (%) | ২.৫ (৪৯,৩১৪ বৰ্গ কিমি) | ||||
জনসংখ্যা | ||||||
- | 2007 আনুমানিক | ১০,৮৭,০০,৮৯১ (১১th) | ||||
- | ২০০৫ লোকপিয়ল | ১০,৩২,৬৩,৩৮৮ | ||||
জিডিপি (পিপিপি) | ২০০৬ আনুমানিক | |||||
- | মুঠ | $1.149 trillion (12th) | ||||
- | জনমুৰি | $11,249 (৬৩তম) | ||||
জিডিপি (নামমাত্ৰ) | ২০০৬ আনুমানিক | |||||
- | মুঠ | $840.012 billion (short scale) (14th) | ||||
- | জনমুৰি | $8,066 (৫৫তম) | ||||
জিনি সহগ? (২০০৬) | ৪৭.৩ (high) | |||||
মানৱ উন্নয়ন সূচক (২০৪) | ০.৮২৯ (high) (৫২তম) | |||||
মুদ্ৰা | পেসো (MXN ) |
|||||
সময় অঞ্চল | (ইউটিচি-8 to -6) | |||||
ইণ্টাৰনেট টিএলডি | .mx | |||||
কলিং ক'ড | +52 | |||||
1 See languages note (below):[1] |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.