From Wikipedia, the free encyclopedia
মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা (ইংৰাজী: Major Dhyan Chand Khel Ratna Award) হৈছে ক্ৰীড়াক্ষেত্ৰৰ বিভিন্ন উপলব্ধিৰ বাবে ভাৰত চৰকাৰৰ দ্বাৰা প্ৰদান কৰা সৰ্বোচ্চ সন্মান। পূৰ্বতে ৰাজীৱ গান্ধী খেলৰত্ন বঁটা নামেৰে জনাজাত এই বঁটাটোক প্ৰসিদ্ধ ভাৰতীয় হকী খেলুৱৈ ধ্যান চান্দৰ নামেৰে ২০২১ চনত পুনঃনামকৰণ কৰা হয়।[1][2] ২০২০ চনৰ তথ্য অনুসৰি, এই বঁটা বিজয়ী সকলক এটি পদক, এখন সন্মান পত্ৰ আৰু নগদ ২৫ লাখ টকাৰে সন্মানিত কৰা হয়।[টোকা 1] ১৯৯১-৯২ চনত প্ৰথমবাৰৰ বাবে এই বঁটা প্ৰদান কৰা হৈছিল।
মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা Major Dhyan Chand Khel Ratna Award | |
---|---|
ভাৰত গণৰাজ্যৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান | |
বিৰাট কোহলীয়ে ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা ২০১৮ চনত খেল ৰত্ন বঁটা গ্ৰহণ কৰি থকাৰ মুহূৰ্ত | |
প্ৰদান কৰা হয় | ক্ৰীড়াত বিশিষ্টতা |
পৃষ্ঠপোষক | ভাৰত চৰকাৰ |
স্থান | ৰাষ্ট্ৰপতি ভৱন, নতুন দিল্লী |
দেশ | ভাৰত |
প্ৰদান কৰোঁতা | ভাৰতৰৰাষ্ট্ৰপতি |
যোগ্যতা | ভাৰতীয় ক্ৰীড়া ব্যক্তিত্ব |
আয়োজক | ভাৰতৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয় |
পূৰ্বৰ নাম | ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা (১৯৯২-২০২১) |
পুৰস্কাৰ | পদক আৰু ২৫ লাখ টকা |
স্থিতি | বৰ্তমান সক্ৰিয় |
প্ৰতিষ্ঠা | ১৯৯২ |
প্ৰথমবাৰলৈ প্ৰদান কৰা হৈছিল | ১৯৯১–৯২ |
শেষবাৰলৈ প্ৰদান কৰা হৈছিল | ২০২৩ |
শেহতীয়া বিজয়ী | সৱিক্ষাইৰাজ ৰেংকিৰেডী আৰু চিৰাগ শ্বেট্টী। |
শ্ৰেষ্ঠাংশ | |
এতিয়ালৈকে প্ৰদান কৰা হৈছে | ৬০বাৰ |
প্ৰথমগৰাকী বিজেতা | বিশ্বনাথন আনন্দ |
পূৰ্বৱৰ্তিতা | |
পৰৱৰ্তী (নিম্ন) | অৰ্জুন বঁটা |
বৰ্ষ | বিজয়ী | ক্ৰীড়াক্ষেত্ৰ | উদ্ধৃতি |
---|---|---|---|
১৯৯১-১৯৯২ | বিশ্বনাথন আনন্দ | দবা | [9] |
১৯৯২–১৯৯৩ | গীত শেঠী | বিলিয়াৰ্ড | [9] |
১৯৯৩-১৯৯৪ | হ'মী মতিৱালা | য়াচটিঙ (দলীয়) | [10] |
১৯৯৩-১৯৯৪ | পুষ্পেন্দ্ৰ কুমাৰ গাৰ্গ | য়াচটিঙ (দলীয়) | [10] |
১৯৯৪-১৯৯৫ | কৰ্ণম মালেশ্বৰী | ভাৰাত্তোলন | [9] |
১৯৯৫-১৯৯৬ | কুঞ্জৰাণী দেৱী | ভাৰাত্তোলন | [9] |
১৯৯৬-১৯৯৭ | লিয়েণ্ডাৰ পেজ | লন টেনিছ | [9] |
১৯৯৭-১৯৯৮ | শচীন তেণ্ডুলকাৰ | ক্ৰিকেট | [9] |
১৯৯৮-১৯৯৯ | জ্যোতিৰ্ময়ী শিকদাৰ | এথলেটিকছ | [3] |
১৯৯৯-২০০০ | ধনৰাজ পিল্লাই | হকী | [4][9] |
২০০-২০০১ | পুল্লেলা গোপীচান্দ | বেডমিণ্টন | [11] |
২০০১ | অভিনৱ বিন্দ্ৰা | শ্বুটিং | [5] |
২০০২ | কে. এম. বীণামোল | এথলেটিকছ | [12] |
২০০২ | অঞ্জলি ভাগৱত | শ্বুটিং | [12] |
২০০৩ | অঞ্জু ববী জৰ্জ | এথলেটিকছ | [13] |
২০০৪ | ৰাজ্যৱৰ্ধন সিং ৰাথোড় | শ্বুটিং | [14] |
২০০৫ | পঙ্কজ আদৱানী | বিলিয়াৰ্ড আৰু স্নুকাৰ | [15] |
২০০৬ | মনৱীত সিং সান্ধু | শ্বুটিং | [16] |
২০০৭ | মহেন্দ্ৰ সিং ধোনি | ক্ৰিকেট | [17] |
২০০৮ | বঁটা প্ৰদান কৰা হোৱা নাই[টোকা 2] | [9] | |
২০০৯ | মেৰী কম | বক্সিং | [6] |
২০০৯ | বিজেন্দ্ৰ সিং | বক্সিং | [6] |
২০০৯ | সুশীল কুমাৰ | মল্লক্ৰীড়া | [6] |
২০১০ | ছাইনা নেহৱাল | বেডমিণ্টন | [18] |
২০১১ | গগন নাৰং | শ্বুটিং | [19] |
২০১২ | বিজয় কুমাৰ | শ্বুটিং | [20] |
২০১২ | যোগেশ্বৰ দত্ত | মল্লক্ৰীড়া | [20] |
২০১৩ | ৰঞ্জন সোধী | শ্বুটিং | [21] |
২০১৪ | বঁটা প্ৰদান কৰা হোৱা নাই | [22] | |
২০১৫ | ছানিয়া মিৰ্জা | লন টেনিছ | [23] |
২০১৬ | পি. ভি. সিন্ধু | বেডমিণ্টন | [24] |
২০১৬ | দীপা কৰ্মকাৰ | জিমনাষ্টিকচ | [24] |
২০১৬ | জিতু ৰায় | শ্বুটিং | [24] |
২০১৬ | সাক্ষী মালিক | মল্লক্ৰীড়া | [24] |
২০১৭ | দেৱেন্দ্ৰ ঝাঝাৰীয়া | পেৰালিম্পিক এথলেটিকছ | [25] |
২০১৭ | চৰদাৰা সিং | হকী | [25] |
২০১৮ | সাইখোম মীৰাবাই চানু | ভাৰাত্তোলন | [26] |
২০১৮ | বিৰাট কোহলি | ক্ৰিকেট | [26] |
২০১৯ | দীপা মালিক | পেৰালিম্পিক এথলেটিকছ | [27] |
২০১৯ | বজৰং পুনিয়া | মল্লক্ৰীড়া | [27] |
২০২০ | ৰোহিত শৰ্মা | ক্ৰিকেট | [28] |
২০২০ | মাৰীয়াপ্পান থানগাভেলু | পেৰালিম্পিক এথলেটিকছ | [28] |
২০২০ | মণিকা বাত্ৰা | টেবুল টেনিছ | [28] |
২০২০ | বিনেশ ফোগাট | মল্লক্ৰীড়া | [28] |
২০২০ | ৰাণী ৰামপাল | হকী | [28] |
২০২১ | নীৰজ চোপ্ৰা | এথলেটিকছ | [28] |
২০২১ | ৰবি কুমাৰ দাহিয়া | ফ্ৰীষ্টাইল মল্লযুঁজ | [28] |
২০২১ | লাভলীনা বৰগোহাঁই | বক্সিং | [28] |
২০২১ | পি. আৰ. শ্ৰীজেশ | হকী | [28] |
২০২১ | অৱনী লেখাৰা | পেৰালিম্পিক শ্বুটিং | [28] |
২০২১ | সুমিত আন্তিল | পেৰা-এথলেটিকছ | [28] |
২০২১ | প্ৰমোদ ভগত | পেৰা-বেডমিণ্টন | [28] |
২০২১ | কৃষ্ণা নাগৰ | পেৰা-বেডমিণ্টন | [28] |
২০২১ | মনীষ নাৰৱাল | পেৰালিম্পিক শ্বুটিং | [28] |
২০২১ | মিতালী ৰাজ | ক্ৰিকেট | [28] |
২০২১ | সুনীল ছেত্ৰী | ফুটবল | [28] |
২০২১ | মনপ্ৰীত সিং | হকী | [28] |
২০২২ | অচন্ত শৰৎ কমল | টেবুল টেনিছ | [29] |
২০২৩ | চিৰাগ শেট্টী | বেডমিণ্টন | [30] |
২০২৩ | সাত্ত্বিকসাইৰাজ ৰেংকিৰেড্ডী | বেডমিণ্টন | [30] |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.