From Wikipedia, the free encyclopedia
যখিনী লতা (বৈজ্ঞানিক নাম:Valaris solanacea) এপ’চাইনেচি (Apocynaceae) পৰিয়ালৰ এবিধ গছত বগুৱা লতা জাতীয় উদ্ভিদ। কোনো কোনো ঠাইৰ মানুহে এই লতাক গহিংগা লতা বুলিও কয়।[3]
যখিনী লতা | |
---|---|
Vallaris glabra | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Asterids |
বৰ্গ: | Gentianales |
পৰিয়াল: | Apocynaceae |
গণ: | Vallaris Burm.f. 1768 |
সমাৰ্থক[1] | |
|
যখিনী লতাৰ ঠাল-ঠেঙুলি কঠিন। ইয়াৰ ঠালত ঘা লাগিলে তাৰপৰা গাখীৰৰ দৰে বগা ৰস ওলায়। [4]
যখিনী লতা চীন, ভাৰতকে ধৰি দক্ষিণ-পূব এছিয়াৰ থলুৱা উদ্ভিদ।[1][5] উত্তৰ-পূব ভাৰতত নগা ভূমি, উত্তৰ কাছাৰ কাৰ্বি আংলং, মেঘালয় আদি পৰ্বতীয়া ভূখণ্ডত ইয়াক প্ৰধানকৈ দেখা যায়।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.