শ্বেয়াৰচাট
ভাৰতীয় ছ'চিয়েল নেটৱৰ্কিং সেৱা প্লেটফৰ্ম / From Wikipedia, the free encyclopedia
শ্বেয়াৰচাট হৈছে ভাৰতীয় ছ'চিয়েল নেটৱৰ্কিং সেৱা প্লেটফৰ্ম, [1] ই বাংগালুৰু ভিত্তিক মহল্লা টেকৰ মালিকানাধীন। এয়া অংকুশ সচদেৱ, ভানু প্ৰতাপ সিং আৰু ফৰিদ আহছানে [2] প্ৰতিষ্ঠা কৰিছিল আৰু ২০১৫ চনৰ ৮ জানুৱাৰীত সংগঠিত হৈছিল। [3] শ্বেয়াৰচাট এপটোৰ ১৫টা ভাৰতীয় ভাষাত ৩৫ কোটিতকৈ অধিক মাহেকীয়া সক্ৰিয় ব্যৱহাৰকাৰী আছে [4] [5] । [6] [7] বৰ্তমান কোম্পানীটোৰ মূল্য ৫ বিলিয়ন ডলাৰ। [8]
এই এপটোৰ ভাষাসমূহ হ'ল: অসমীয়া, বাংলা, ভোজপুৰী, গুজৰাটী, হাৰিয়ানৱী, হিন্দী, কানাড়া, মালয়ালম, মাৰাঠী, হিন্দী, পাঞ্জাবী, ৰাজস্থানী, তামিল, তেলেগু আৰু ইংৰাজী।