শ্ৰী গুনসিংহে
From Wikipedia, the free encyclopedia
শ্ৰী গুণসিংহে (ইংৰাজী: Siri Gunasinghe; সিংহলী: සිරි ගුණසිංහ ; ১৮ ফেব্ৰুৱাৰী ১৯২৫ – ২৫ মে’ ২০১৭) শ্ৰীলংকাৰ এগৰাকী শিক্ষাবিদ, কবি, সংস্কৃতিবিদ, শিল্পকলা ইতিহাসবিদ, লেখক তথা চলচ্চিত্ৰ নিৰ্মাতা আছিল।[1] মুক্ত সিংহল কবিতাৰ সৃষ্টিশীলতাক নিখুঁত আৰু তীক্ষ্ণ কৰাত তেওঁ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।[2] সিংহলী সাহিত্যত সাহিত্যিক ভাষাৰ পৰিৱৰ্তে কথিত ভাষা ব্যৱহাৰত গুণসিংহেই অন্যতম গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। [3]
ক্ষিপ্ৰ তথ্য শ্ৰী গুনসিংহে සිරි ගුණසිංහ, জন্ম ...
শ্ৰী গুনসিংহে සිරි ගුණසිංහ | |
---|---|
জন্ম | ১৮ ফেব্ৰুৱাৰী, ১৯২৫ Kegalle, শ্ৰীলংকা |
মৃত্যু | ২৫ মে', ২০১৭ (৯২ বছৰ) ব্ৰিটিছ কলম্বিয়া, কানাডা |
ৰাষ্ট্ৰীয়তা | শ্ৰী লংকান |
শিক্ষা | মহিন্দ্ৰ কলেজ ইউনিভাৰচিটি অৱ চেইলন |
পেচা | বিশ্ববিদ্যালয়ৰ অধ্যাপক |
জনা যায় | লেখন কবিতা সাহিত্য সমালোচনা |
বন্ধ কৰক